• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Russia-Ukraine war তেজ-ধোঁৱা-গুলী-বাৰুদৰ মাজেৰে ১৫০ দিনত ভৰি দিলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 23, 2022 8:13 pm
174
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আজি ১৫০ টা দিনত প্ৰৱেশ কৰিলে। হাজাৰ হাজাৰ মানুহৰ প্ৰাণ নাশ ঘটোৱা এই যুদ্ধ অৱশ্যে শাম কটাৰ কোনো লক্ষণেই দেখা যোৱা নাই।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শস্য ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ বাবে কৃষ্ণ সাগৰৰ বন্দৰ সমূহ পুনৰ খোলাৰ চুক্তি স্বাক্ষৰ কৰাৰ এদিন পিছতে ৰাছিয়াৰ মিছাইলে ইউক্ৰেইনৰ ওডেচা বন্দৰৰ আন্তঃগাঁথনিত আঘাত কৰিছে বুলি জানিব পৰা গৈছে।ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে শেহতীয়াকৈ দেশ খনৰ ৰে’লৱেৰ আন্তঃগাঁথনি আৰু ইউক্ৰেইনৰ কেন্দ্ৰীয় কিৰোভোহৰাদ অঞ্চলৰ এটা সামৰিক বিমানক্ষেত্ৰত ৰাছিয়াই চলোৱা তেৰটা বিমান আক্ৰমণত কমেও তিনিজন লোক নিহত হৈছে।

ব্ৰিটেইনৰ সামৰিক চোৰাংচোৱাই প্ৰকাশ কৰা মতে যোৱা ৪৮ ঘণ্টাত ইউক্ৰেইনৰ বাহিনীয়ে ডিনিপাৰ নদীৰ পশ্চিমে খেৰচন প্ৰদেশত ৰাছিয়াৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰখাৰ বাবে তীব্ৰ যুঁজ দিছে।

কিয়েভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে কৈছে যে মস্কোক বন্দৰ চহৰ ওডেছাত চলোৱা আক্ৰমণৰ বাবে দায়ী কৰা উচিত। ইউক্ৰেইনে আহ্বান জনাইছে ৰাষ্ট্ৰসংঘ আৰু তুৰ্কীয়ে নিশ্চিত কৰিব যে ৰাছিয়াই ইউক্ৰেইনৰ কৃষ্ণ সাগৰ বন্দৰৰ পৰা শস্য ৰপ্তানিৰ বাবে এক সুৰক্ষিত কৰিডৰ নিশ্চিত কৰিব লাগিব।। হাংগেৰিৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবানে কৈছে যে ইউক্ৰেইনৰ যুদ্ধৰ ক্ষেত্ৰত ইউৰোপীয় ইউনিয়নক এক নতুন ৰণনীতিৰ প্ৰয়োজন ।

কিয়নো মস্কোৰ বিৰুদ্ধে নিষেধাজ্ঞাই কোনো কাম কৰা নাই। আফ্ৰিকান ইউনিয়নে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত হোৱা শস্য ৰপ্তানিৰ গুৰুত্বপূৰ্ণ চুক্তিক প্ৰশংসা কৰিছে। এই চুক্তিয়ে কিয়েভক কৃষ্ণ সাগৰৰ মাজেৰে শস্যৰ ৰপ্তানি পুনৰ আৰম্ভ কৰিবলৈ আৰু বিশ্বব্যাপী হ’ব পৰা খাদ্য সংকটৰ পৰা সকাহ দিয়াত সহায় কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ বাবে আৰু ২৭০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে, যাৰ ভিতৰত আছে অত্যাধুনিক ড্ৰোনৰ যোগানো।

 

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd