• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুদীৰ্ঘ ১৭ বছৰৰ অন্তত চাপৰ এফ আৰ ইউ চিকিৎসালয়ত প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
July 24, 2022 5:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০০৫ চনত ৩০ খন বিছনাযুক্ত চাপৰ চিকিৎসালয়খনক এফ আৰ ইউ চিকিৎসালয়লৈ উন্নীত কৰাৰ প্ৰায় ১৭ বছৰৰ অন্তত এগৰাকী প্ৰসূতিৰ সফলতাৰে চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। চিকিৎসালয়খনক এফ আৰ ইউ লৈ উন্নীত কৰাৰ সময়ত আন চিকিৎসালয়ৰ পৰা চিকিৎসক আনি ২/৩ টা চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰাৰ পিছতেই উক্ত প্ৰক্ৰিয়া বন্ধ হৈ পৰে।

শেহতীয়াভাৱে ধুবুৰীৰ উপায়ুক্ত অম্বমুথন‌ এম পিয়ে চাপৰ এফ আৰ ইউ চিকিৎসালয়ত এনাস্থেটিষ্ট আৰু শিশু বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰাত চিকিৎসালয়খনত পুনৰ প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰ আৰম্ভ হোৱাত চাপৰবাসী ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। পূৰ্বৰ দৰে এই চিজাৰিয়ান অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া যাতে পুনৰ বন্ধ হৈ নপৰে তাৰ বাবে ৰাইজে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে। চিকিৎসালয়খনত উক্ত চিজাৰিয়ান অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পূৰ্বে আজি পুৱা অস্ত্ৰোপচাৰ কক্ষ আনুষ্ঠানিকভাৱে মুকলি কৰে স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালক ড: এছ এম ইমদাদুল্লাহে।

Apply Now

প্ৰসূতি ৰোগ বিশেষজ্ঞ ড: কিশোৰ কুমাৰ নাথে নিদানী গাঁৱৰ সলিতা মাকলাই নামৰ গৰ্ভৱতী মহিলাগৰাকীক পুৱা ১০:৪০ বজাত সফলতাৰে চি চেকচন অস্ত্ৰোপচাৰ কৰে আৰু মাতৃগৰাকীয়ে এটি কন্যা শিশুৰ জন্ম দিয়ে বুলি চিকিৎসালয়খনৰ উপ অধীক্ষক ড: হুছেইন আলী আহমেদে জানিবলৈ দিছে।

অস্ত্ৰোপচাৰৰ সময়ত ড: নাথক সহায় কৰে ক্ৰমে যুটীয়া সঞ্চালক ড: ইমদাদুল্লাহে, এছ ডি এম অ’ ড: আবুল কালাম আজাদ, এনাস্থেটিষ্ট ড: ৰাহুল শইকীয়া, ড: কুলদীপ দাস আৰু শিশু বিশেষজ্ঞ ড: আতিকুৰ ৰহমানে। চাপৰবাসী ৰাইজে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে চাপৰ চিকিৎসালয়খনত এটা আই চি ইউ আৰু ব্লাড বেংকৰ ব্যবস্থা কৰিবলৈ স্বাস্থ্য বিভাগ আৰু ধুবুৰীৰ উপায়ুক্তক দাবী জনাইছে। ইয়াৰ পিছত আজি দুপৰীয়া ধুবুৰী জিলাৰ উপায়ুক্ত অম্বমুথন‌ এম পিৰ সভাপতিত্বত চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ এখনি পৰ্যালোচনা সভা চাপৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত অনুষ্ঠিত হয়। মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত বিতংভাবে পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী মহিলাৰ সুৰক্ষাৰ বাবে ১০০% গুণগত স্বাস্থ্য পৰীক্ষাৰ বাবে চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা সকলো স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰক নিৰ্দেশনা দিয়াৰ লগতে প্ৰসূতি মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যু ৰোধ কৰিবলৈ নিৰ্দেশনা দিয়ে।

সভাত ধুবুৰী জিলাৰ উন্নয়ন আয়ুক্ত কান্তা দাস , স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড: এছ এম ইমদাদুল্লা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড: জে বি ৰায়, মহকুমাধিপতি’ জয় শিৱানীৰ লগতে ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd