• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Droupadi Murmu takes oath: ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত ল’লে দ্ৰৌপদী মুৰ্মুৱে; দেশবাসীক উদ্দেশ্যি কি ক’লে নতুন ৰাষ্ট্ৰপতিয়ে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2022 11:16 am
160
VIEWS
Share on FacebookShare on Twitter

Droupadi Murmu takes oath as 15th President of India ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰায়।

দ্ৰৌপদী মুৰ্মুয়ে দেশৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত লয়। তেওঁ দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথম আদিবাসী মহিলা।

তদুপৰি, দ্ৰৌপদী মুৰ্মু হ’ল স্বাধীন ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। দ্ৰৌপদী মুৰ্মু দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা দেশৰ আটাইতকৈ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি।

দ্ৰৌপদীয়ে সংসদৰ কেন্দ্ৰীয় হলত ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দ্ৰৌপদীয়ে কয়, “সকলোৰে আশীৰ্বাদত মই দেশৰ ৰাষ্ট্ৰপতি হৈছো। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি হৈছো। মই বহুত সৌভাগ্যৱতী অনুভৱ কৰিছো। ”

তেওঁ লগতে কয়, “ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা মই প্ৰথম ব্যক্তি। ভাৰতৰ নাগৰিকসকলৰ প্ৰতি মোৰ আবেদন হৈছে যে আমি সকলোৱে স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণ কৰিবলৈ একেলগে কাম কৰিব লাগিব।”

जोहार ! नमस्कार !

मैं भारत के समस्त नागरिकों की आशा-आकांक्षा और अधिकारों की प्रतीक इस पवित्र संसद से सभी देशवासियों का पूरी विनम्रता से अभिनंदन करती हूँ।

आपकी आत्मीयता, आपका विश्वास और आपका सहयोग, मेरे लिए इस नए दायित्व को निभाने में मेरी बहुत बड़ी ताकत होंगे।

— President of India (@rashtrapatibhvn) July 25, 2022

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’ৰাষ্ট্ৰপতি হিচাপে মোৰ পদোন্নতি কেৱল মোৰ নহয়, দেশৰ সকলোৰে বাবে এই কৃতিত্ব। তেওঁলোকে এই পৰ্যায়ত উপনীত হোৱাৰ সপোন দেখিব পাৰে, সেয়াই তেওঁলোকৰ কৃতিত্ব। প্ৰতিজন দৰিদ্ৰ ব্যক্তি, প্ৰতিটো অঞ্চলৰ ব্যক্তিয়ে মোক এই পদক্ষেপেত আশীৰ্বাদ দিছে আৰু মই সন্মানিত অনুভৱ কৰিছো। মই মহিলা আৰু যুৱসকলক আশ্বাস দিব বিচাৰো যে তেওঁলোকৰ স্বাৰ্থ মোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’

मैं देश की ऐसी पहली राष्ट्रपति भी हूँ जिसका जन्म आज़ाद भारत में हुआ है।

— President of India (@rashtrapatibhvn) July 25, 2022

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’মই সেই আদিবাসী পৰম্পৰাত জন্মগ্ৰহণ কৰিছো যি হাজাৰ হাজাৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে সংগতি ৰাখি জীৱন নিৰ্বাহ কৰিছে। মই মোৰ জীৱনকালত অৰণ্য আৰু জলাশয়ৰ গুৰুত্ব উপলব্ধি কৰিছো। আমি প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদ লওঁ আৰু সমান শ্ৰদ্ধাৰে প্ৰকৃতিৰ সেৱা কৰোঁ।‘’

নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’ সকলো ভাৰতীয়ৰ আশা, আকাংক্ষা আৰু অধিকাৰৰ প্ৰতীক সংসদত থিয় হৈ মই বিনম্ৰতাৰে আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই নতুন দায়িত্ব পালন কৰিবলৈ আপোনালোকৰ বিশ্বাস আৰু সমৰ্থন মোৰ বাবে এক ডাঙৰ শক্তি হ’ব।‘’ 

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd