• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ পৰা এসপ্তাহলৈ নিলম্বিত হ’ল সাংসদ অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 28, 2022 7:13 pm
Rajya Sabha Ajit Kumar Bhuyan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক আজি এসপ্তাহৰ বাবে ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে। হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ কৰাৰ বাবেই নিলম্বন কৰা হয় সাংসদগৰাকীক।

বান সমস্যা আৰু ৬নং দফাৰ কমিটীৰ প্ৰতিবেদন দাবী কৰি সংসদৰ ভিতৰত প্ৰতিবাদ কৰিছিল সাংসদগৰাকীয়ে।

সাংসদ ভূঞাই বানপানীৰ সমস্যাক লৈ অসমবাসীক কেন্দ্ৰই ললিপপ দিয়াৰ অভিযোগ তুলি এনে আচৰণ বন্ধ কৰিবলৈ সকীয়াই দিয়ে।

এই সন্দৰ্ভত এক টুইট যোগে ভূঞাই কয় যে আজি এখন প্লে’কাৰ্ড লৈ প্ৰধানমন্ত্ৰীক অসমত বান সাহায্যৰ নামত ললিপপ নিদিবলৈ দাবী জনোৱাৰ লগতে অসমবাসীৰ বাবে সাংবিধানিক সুৰক্ষা ক’ত আছে বুলি প্ৰশ্ন কৰাৰ বাবে সংসদৰ পৰা নিলম্বন কৰা হৈছে।

অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈও সাংসদ অজিত কুমাৰ ভূঞাই লগতে সংসদত দাবী জনায়।

 

I am being suspended from Rajya Sabha for this week for asking these two pertinent questions to PM with a placard today.

1) Don’t give lollipops in the name of flood relief in Assam.

2) Where is Constitutional protection for Assamese people?
IMPLEMENT CLAUSE 6 COMMITTEE REPORT pic.twitter.com/LreYCLS8v7

— Ajit Kumar Bhuyan (@AjitKrBhuyan) July 28, 2022

ইফালে নিলম্বনৰ পাছতে নৰ্থইষ্ট নাওৰ সাংবাদিকৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতিৰে কেৱল ঠগি আহিছে।

অসমৰ বানপানী সন্দৰ্ভত মিছাৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি ভূঞাই লগতে কয় যে যোৱা চাৰি বছৰত অসমে ৯০০০ কোটি টকা বানপানীৰ বাবে কেন্দ্ৰৰ পৰা বিচৰাৰ পাছতো কেন্দ্ৰই মাত্ৰ ৪৪ কোটি টকা মুকলি কৰিছে।

বানৰ নামত দেশৰ আন ৰাজ্যক কিমান অনুদান আগবঢ়োৱা হৈছে, তাৰ হিচাপ ল’লেই অসমক কিদৰে বঞ্চনা তথা প্ৰতাৰণা কৰা হৈছে সেয়া ওলাই পৰিব বুলি ভূঞাই লগতে কয়।

আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদৰ সকলো পথ বন্ধ কৰাৰ বাবে সকীয়নিৰ পিছতো ৰাজ্যৰ স্বাৰ্থত এইদৰে হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd