• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Happy Birthday Sonu Sood: ১৩০ কোটি টকাৰ সম্পত্তি চনু সুদৰ! উপাৰ্জনৰ উৎস অকল অভিনয়নে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2022 4:09 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Happy Birthday Sonu Sood আজি ৩০ জুলাই বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা তথা সাধাৰণ মানুহৰ ‘দেৱদূত’ চনু সুদৰ জন্মদিন। এপিনে একাধিক চলচ্চিত্ৰত ৰূপায়ন কৰা তেওঁৰ বিভিন্ন চৰিত্ৰ, তেওঁৰ অনবদ্য শাৰীৰিক গঠনে মনোযোগ আকৰ্ষণ কৰিছে, আনহাতে কৰোনা কালত তেওঁ যিদৰে সাধাৰণ মানুহৰ কাষত থিয় দিছে সেয়া বলীউডত আগতে কেতিয়াও দেখা যোৱা নাছিল।

নিশাটোৰ ভিতৰতে তেওঁ ৰূপালী পৰ্দাৰ পৰা বাস্তৱৰ এগৰাকী প্ৰকৃত নায়ক হৈ পৰিছিল। অৱশ্যে ই কেৱল কৰোনা কালতে আবদ্ধ হৈ থকা নাই, তাৰপিছত চনুৱে নিজৰ এটা কোম্পানী আৰম্ভ কৰিছিল আৰু তেওঁৰ সেই কোম্পানী এতিয়াও বিপদৰ সময়ত বহুতো সাধাৰণ মানুহৰ আশ্ৰয়হৈ পৰে।

Apply Now

চলচ্চিত্ৰৰ জগতখনে তেওঁক যি জনপ্ৰিয়তা প্ৰদান কৰিছিল সেয়া মহামাৰীৰ সময়ত বহুগুণে বৃদ্ধি পাইছিল। শনিবাৰে তেওঁৰ জন্মদিনত অভিনয়ৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱন আৰু শিক্ষাগত অৰ্হতা, উপাৰ্জনৰ উৎসকলৈ সৰ্বসাধাৰণৰ কৌতুহল দূৰ কৰা যাওক।

চনুৱে তেওঁৰ জন্মস্থান মোগাত স্কুলীয়া শিক্ষা অতিবাহিত কৰিছিল। তেওঁৰ মাক এগৰাকী অধ্যাপক আছিল আৰু তেওঁৰ দেউতাক আছিল এগৰাকী ব্যৱসায়ী। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত চনুৱে নাগপুৰৰ পৰা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ডিগ্ৰী লয়। অৱশ্যে তেওঁ অভিযান্ত্ৰিক কেৰিয়াৰৰ পৰিৱৰ্তে অভিনয়ৰ পৃথিৱীত সংগ্ৰাম আৰম্ভ কৰে। ১৯৯৬ চনত সোনালীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা চনু এতিয়া দুই সন্তান আয়ান আৰু ইশান্তৰ পিতৃ।

চনু সুদে প্ৰতিখন চলচ্চিত্ৰৰ বাবে পাৰিশ্ৰামিক ২ কোটি টকা লয়। তেওঁৰ শক্তি সাগৰ নামৰ এটা প্ৰযোজনা সংস্থাও আছে। তেওঁ কেইবাটাও ব্ৰেণ্ড এণ্ডোৰ্চমেণ্টো কৰে। কোৱা হয় যে চনুৰ বাবে উপাৰ্জনৰ মূল উৎস চলচ্চিত্ৰ নহয়, বিজ্ঞাপনহে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭ নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৩০ কোটি টকা।

চনুৱে মুম্বাইৰ লোখাণ্ডৱালাত এটা ২৬০০ বৰ্গফুটৰ বিলাসী এপাৰ্টমেণ্টত পৰিয়ালৰ সৈতে বাস কৰে। তেওঁৰ মুম্বাইত আন দুটা ফ্লেট, জুহুত এখন বিলাসী হোটেল আৰু তেওঁৰ গৃহ চহৰ মোগাত এটা বাংলো আছে। অভিনেতাগৰাকীৰ গাড়ীৰ প্ৰতি বিশেষ চখ আছে। তেওঁৰ গাড়ী সংগ্ৰহৰ ভিতৰত আছে মাচিৰ্ডিজ বেঞ্জ এমএল ক্লাছ ৩৫০ চিডিআই, যাৰ মূল্য হৈছে ৬৬ লাখ টকা। এখন অডি কিউ ৭ আছে, যাৰ মূল্য প্ৰায় ৮০ লাখ। তদুপৰি আছে এখন ২ কোটি টকা মূল্যৰ পোৰ্চে পানামা।

ইমান ধন-সম্পত্তিৰ গৰাকী হৈও চনু সুদে সাধাৰাণভাৱে মানুহৰ সৈতে মিলি ভাল পায়। কামৰ বাহিৰে তেওঁ বেছিভাগ সময় পঞ্জাৱৰ তেওঁৰ গৃহ চহৰ মোগাত কটায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd