• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত সদৌ অসম শিশু নাট সমাৰোহৰ সামৰণি: দিখৌমুখ মিলিত শিল্পী সমাজ আৰু বিশ্বনাথৰ মূৰ্চ্ছনা নাট্য দল শ্ৰেষ্ঠ বিবেচিত

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
July 31, 2022 7:02 pm
Sivasagar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ আৰু ৩০ জুলাইত শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত হোৱা সদৌ অসম শিশু নাট সমাৰোহৰ সফল সামৰণি ঘটে। শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই নাট সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় ৩৭ টা শিশু নাট্য দলে অংশ গ্ৰহণ কৰে।

সমাৰোহত শিৱসাগৰৰে দিখৌমুখ মিলিত শিল্পী সমাজে প্ৰদৰ্শন কৰা নাটক ‘বাতি খালে আতি যায়, লুকাই খালে ঢুকাই যায়’ আৰু বিশ্বনাথ চাৰিআলিৰ মূৰ্চ্ছনা নাট্য দলে প্ৰদৰ্শন কৰা নাটক ‘কিযে খেলিমেলি’-এ যুটীয়াভাৱে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰে।

Apply Now

গুৱাহাটীৰ নাট্যম দ্যা ছাইল্ড থিয়েটাৰ একাডেমী নাটক ‘বকুলো ফুলিব ৰামধেনুও ওলাব’ দ্বিতীয় শ্ৰেষ্ঠ বিবেচিত হোৱাৰ বিপৰীতে শিৱসাগৰৰ ফেৰেংগাদাও কালচাৰেল প্ৰডাকচনৰ নাটক ‘দীপ আৰু ৰূপাৰ নতুন নতুন বন্ধু’- তৃতীয় স্থান লাভ কৰে।

বঙাইগাঁৱৰ আকাশ গোষ্ঠীয়ে (প্ৰদৰ্শিত নাট: যন্ত্ৰ) শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ভাৰ্গৱ ডেকাই। শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে স্নেহা ভূঞাই। শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰে প্ৰণাম কৌশিক গিৰি আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে স্নেহা দাসে।

ইপিনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে দিখৌমুখ মিলিত শিল্পী সমাজৰ মেঘালী শইকীয়া আৰু মনোৰঞ্জন শইকীয়াই। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে আখৈফুটীয়া সাংস্কৃতিক সমাজৰ বিপুল বড়াই। শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা লাভ কৰে জাগীৰোডৰ নাট্যলয় দলৰ মন্টু কুমাৰ দাসে।

ইপিনে প্ৰতিভাৱান শিশু অভিনেতা- অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে যুগান্তজিৎ হাজৰিকা, নিৰ্মান শৰ্মা, চিত্তৰঞ্জন গগৈ, বিকাশ বৰা, ৰিংকু বৰগোঁহাই, শিৱাংগী মনজিত, গীতৃষ্ণা মহন্ত, কৰ্ষিতা কাশ্যপ, অনামিকা গগৈ, প্ৰাক্ষী মহন্তই।

একাদশ শিশু নাট সমাৰোহত এই বৰ্ষত প্ৰতিযোগীসকলৰ মাজত ১ লাখ টকাৰ প্ৰাইজমনী প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানত সংগীত শিল্পী মানস ৰবিনক ২০২২ বৰ্ষৰ সৌৰভপ্ৰাণ শিৱসাগৰ বঁটা প্ৰদান কৰা হয়।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd