• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ঢেকেৰী” শব্দৰে আহোম নেতাৰ কলিতা জনগোষ্ঠীক অপমানৰ অভিযোগ; জকি উঠিল কলিতা জনগোষ্ঠী সন্মিলন

আটাছুক ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠীয় সন্মিলনৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 8, 2022 4:16 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শণিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখপাত্ৰ যাদৱ কোঁৱৰে অসমৰ কলিতা জনগোষ্ঠীক অপমান বা তুচ্ছ-তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আঙুৰলতা ডেকাৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ “ঢেকেৰী জনগোষ্ঠী” শব্দ তথা আঙুৰলতাৰ জাতিৰ ১৪ গোষ্ঠীৰ বুৰঞ্জীত নাম নাই বুলি কটাক্ষ কৰিছিল।

Apply Now

ইয়াৰ পাছতে ক্ষোভিত হৈ সংবাদমেল সম্বোধন কৰে কলিতা জনগোষ্ঠীয় সন্মিলনে।
সংবাদমেলত সন্মিলনৰ সাধাৰণ সম্পাদক বিষ্ণু পাটগিৰীয়ে কয় “আটাছু নামৰ জনগোষ্ঠীয় সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰগৰাকীয়ে অহেতুকভাৱে কলিতা জনগোষ্ঠীক বিষয়টোৰ মাজলৈ টানি আনি তীব্ৰ বিদ্বেষ আৰু ঘৃণাৰে আমাক যিদৰে উপচাই পেলালে সেয়ে কোনো খন্তেকীয়া আৱেগিক মন্তব্য নহয়, বৰঞ্চ দীৰ্ঘদিন ধৰি তেওঁলোকৰ মনৰ মাজত লুকাই থকা ঈৰ্ষাৰ প্ৰতিফলন মাত্ৰ”।

“ পাঁচ হাজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ কলিতাসকলে সদায় দেশ আৰু জাতিৰ স্বাৰ্থত তেনে বহু অপমান সহ্য কৰিও নীৰৱে অসমীয়া সমাজখনক ঐক্যবদ্ধ আৰু সমৃদ্ধিশীল কৰি ধৰি ৰাখিছে তাক দোহৰাৰ প্ৰয়োজন নাই”। পাটগিৰীয়ে লগতে কয়।
ইপিনে, আটাছু নামৰ সংগঠনটোক ৰাজবুৱাভাবে কলিতা জনগোষ্ঠীৰ ওচৰত মাৰ্জনা বিচাৰিবৰ বাবে সন্মিলনৰ সভাপতি ড০ সোণেশ্বৰ কলিতাই দাবী জনায়।

ইয়াৰোপৰি, ৪৮ ঘন্টাৰ ভিতৰত আটাছুৰ নেতৃত্বক নিজৰ বক্তব্য প্ৰতযাহাৰ কৰি কলিতা জনগোষ্ঠীৰ ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিবলৈ সোণেশ্বৰ কলিতাই দাবী জনায়।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd