• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত অঘটন: ভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
August 9, 2022 6:19 pm
Assam
113
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ধনুভাঙাত আজি পুৱাৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা। অঞ্চলটোত বজ্ৰপাতত কৰুণভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে এগৰাকী যুৱতীয়ে৷

ধনুভাঙাৰ মাদাং গাঁৱত পথাৰৰ পৰা ভূঁই ৰুই ঘৰলৈ গৈ থকা অৱস্থাতে বজ্ৰপাতত মৃত্যু হয় যুৱতী গৰাকীৰ৷ নিহত যুৱতী গৰাকীৰ নাম সংগীতা ৰাভা (২০) বুলি জানিব পৰা গৈছে৷

আনহাতে বজ্ৰপাতত আন এগৰাকী মহিলাও আহত হয়৷ ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ নিহত যুৱতী গৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

লগতে আহত অনিমা ৰাভা নামৰ মহিলা গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷

সংগীতা ৰাভা নামৰ যুৱতী গৰাকীৰ আকস্মিক মৃত্যুক লৈ শোকাকুল পৰিবেশে বিৰাজ কৰিছে গাঁওখনত।

Recent News

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

ব্ৰহ্মপুত্ৰ নদীত বান্ধ দি ভাৰতত আঘাত কৰাৰ পৰিকল্পনা চীনৰ! বিস্ফোৰক অভিযোগ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

অনিশ্চয়তাৰ মাজত ক্ৰিকেট এছিয়া কাপ-২০২৫! মুখামুখি হ’ব নে ভাৰত আৰু পাকিস্তান?

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd