• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতি নিবাৰক শাখাৰ অভিযান; উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাৰ্যালয় সহায়ক লোহিত ফুকন

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 11, 2022 5:33 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Vigilance & Anti Corruption officials arrested দুৰ্নীতি নিবাৰক শাখাৰ বিশেষ অভিযানত বোকাখাতৰ মহকুমা আবকাৰী বিভাগৰ কাৰ্যালয়ৰ পৰা আজি উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে আটক কৰে এগৰাকী কাৰ্যালয় সহায়কক ৷

বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ প্ৰাংগনতে থকা বোকাখাত মহকুমা আৱকাৰী বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই চলোৱা এই অভিযানত কাৰ্যালয় সহায়ক জনক উৎকোচ লোৱাৰ সময়ত হাতে লোটে কৰায়ত্ত কৰে ৷

বোকাখাত মহকুমা আৱকাৰী বিভাগৰ এই ধৃত কাৰ্যালয় সহায়ক গৰাকীৰ নাম লোহিত ফুকন ৷ ঘৰ বোকাখাত নগৰৰ ২ নং ৱাৰ্ডত ৷

Apply Now

আৰক্ষী বিভাগৰ পৰা পোৱা তথ্য মতে বিলাতী সুৰাৰ ব্যৱসায়ী নীলোৎপল ৰাজখোৱাৰ পৰা উৎকোচৰ ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে- লোটে গ্ৰেপ্তাৰ কৰে কাৰ্যালয় সহায়ক লোহিত ফুকনক ৷

নীলোৎপল ৰাজখোৱাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে লোহিত ফুকনক ৷

ব্যৱসায়ী নীলোৎপল ফুকনে জনোৱা মতে লোহিত ফুকনে তেওঁৰ পৰা দহ হেজাৰ টকা দাবী কৰিছিল যদিও নীলোৎপল ৰাজখোৱাৰ অনুৰোধত চাৰি হেজাৰ টকা ল’বলৈ মান্তি হৈছিল ধৃত লোহিত ফুকনে।

Second action of the day. Our Relentless campaign against corruption amongst Government officers continues. Today, @DIR_VAC_ASSAM arrested red handed, Sh.Lohit Phukan of office of Inspector of Excise, Bokakhat, Golaghat while accepting bribe money. Lawful action being taken. pic.twitter.com/gM1BTLtHgE

— GP Singh (@gpsinghips) August 11, 2022

নীলোৎপল ৰাজখোৱাৰ পৰা এই উৎকোচ গ্ৰহণ কৰাৰ সময়তেই নিজৰ কাৰ্যালয়তে হাতে-লোটে কৰায়ত্ত কৰা হয় লোহিত ফুকনক।

লোহিত ফুকন বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ জিম্মাত আছে আৰু ধৃত ব্যক্তি জনৰ পৰা আৰু অধিক তথ্য লাভৰ বাবে জেৰা চলাই আছে দুৰ্নীতি নিবাৰক শাখাই ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd