• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-চীন উত্তেজনাৰ মাজতে ভাৰতত অৱতৰণ ফ্ৰান্সৰ তিনি খনকৈ যুদ্ধ বিমানৰ, কিয় আহিল যুদ্ধ বিমান?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 12, 2022 5:36 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-চীন উত্তেজনাৰ মাজতে ফ্ৰান্সৰ বায়ু সেনাৰ তিনিখন ৰাফেল যুঁজাৰু বিমান ভাৰতত অৱতৰণ কৰিছে। ফ্ৰান্সৰ অত্যাধুনিক যুঁজাৰু বিমানসমূহে তামিলনাডুৰ চুলুৰ বায়ু সেনা ঘাটিত অৱতৰণ কৰে। ভাৰতীয় বায়ু সেনাই কৈছে যে ফ্ৰান্সৰ ৰাফেল জেটবিমান কেইখনে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামৰিক অনুশীলন কৰিবলৈ আহিছে।

ফ্ৰান্সৰ পৰা ৭০০০ কিলোমিটাৰ একেৰাহে যাত্ৰা কৰাৰ পিছত বিমান কেইখনে ভাৰতত জিৰণি ল’বলৈ নামিছে। ভাৰতীয় বায়ু সেনাই টুইটাৰত কয় যে ফ্ৰান্সৰ ৰাফেল জেটবিমানে অষ্ট্ৰেলিয়াত ‘এক্সাৰচাইজ পিচ ব্লেক-২০২২’ শীৰ্ষক এক সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিবলৈ গৈ আছে। বিমানকেইখনে ১০ আৰু ১১ আগষ্টৰ মাজভাগত কাৰিকৰী প্ৰয়োজনীয়তাৰ বাবে ভাৰতত অৱতৰণ কৰিছিল।

Apply Now

২০১৮ চনত সামৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে নতুন দিল্লী আৰু পেৰিছৰ মাজত এক ‘লজিষ্টিক সমৰ্থন’ চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ চৰ্তাৱলী অনুসৰি, প্ৰয়োজন হ’লে তেওঁলোকে ইখন দেশে সিখন দেশৰ সামৰিক ঘাটি ব্যৱহাৰ কৰিব পাৰে। এই সন্দৰ্ভত এটা বিবৃতিত বায়ু সেনাই কয় “ভাৰতীয় বায়ু সেনাৰ সহায়ে দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ সম্পৰ্ক কিমান শক্তিশালী সেয়া স্পষ্ট কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে, ফ্ৰান্সৰ বায়ু সেনাই ১০ ৰ পৰা ১৮ আগষ্টলৈ ইণ্ডো-পেচিফিক অঞ্চলত সামৰিক অনুশীলন অনুষ্ঠিত কৰিছে।

অষ্ট্ৰেলিয়াত অনুষ্ঠিত অনুশীলনত অংশগ্ৰহণ কৰিবলৈ ৰাফেল বিমান ঘাটিৰ পৰা ফ্ৰান্সৰ বিমান ঘাটিৰ পৰা প্ৰায় ১৬,৬০০ কিলোমিটাৰ ভ্ৰমণ কৰিব লগা হৈছিল। ফলস্বৰূপে, কাৰিকৰী প্ৰয়োজনীয়তাৰ বাবে ৰাফেল বিমান কেইখনে ভাৰতীয় বায়ু সেনা ঘাটিত অৱতৰণ কৰে।

একে সময়তে, বিশ্লেষকসকলে কয় যে টাইৱানক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজত এয়া চীনৰ বাবে এক ডাঙৰ সতৰ্ক বাৰ্তা । মন কৰিবলগীয়া যে ২০১৬ চনত ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰায় ৫৯,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰিত হৈছিল। য’ত ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছিল। ফলস্বৰূপে, প্ৰায় দুটা দশকৰ পিছত, ভাৰতীয় বায়ু সেনাই এখন নতুন অত্যাধুনিক বিদেশী যুঁজাৰু বিমান লাভ কৰে।

বিমানখনে ইতিমধ্যে লাডাখত প্ৰতিকূল বতৰৰ পৰিস্থিতিত অনুশীলন চলাইছে। বিমানখনে দহ টন কাৰ্গো কঢ়িয়াবলৈ সক্ষম। মাটিৰ পৰা সাগৰ বা আকাশৰ লক্ষ্যত আঘাত কৰাৰ ক্ষেত্ৰত, এই বিমান সমৰ্থ। চতুৰ্থ প্ৰজন্মৰ ‘মিডিয়াম মাল্টি ৰোল কমবেট এয়াৰক্ৰাফ্ট’ ৰাফেলত ‘মাট্টিওৰ’, ভিজুৱেল ৰেঞ্জ এয়াৰ-টু-এয়াৰ মিছাইল, ক্ৰুজ মিছাইল ‘স্কেল্প’ আৰু ‘হেমাৰ’ মিছাইল আছে। ৰাফেল বিমানে আকাশত উৰি থকাৰ সময়তে ইন্ধন ভৰ্তি কৰিবলৈও সক্ষম।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd