• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Sheryl Sandberg gets married: বিবাহপাশত আৱদ্ধ হ’ল শ্বেৰিল চেণ্ডবাৰ্গ; দৰা কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2022 12:13 pm
শ্বেৰিল চেণ্ডবাৰ্গ আৰু টম বাৰ্ণথাল।

শ্বেৰিল চেণ্ডবাৰ্গ আৰু টম বাৰ্ণথাল।

160
VIEWS
Share on FacebookShare on Twitter

Sheryl Sandberg gets married to Tom Bernthal ফেচবুকৰ মালিকানাধীন মেটাৰ বিদায়ী মুখ্য পৰিচালন সঞ্চালক শ্বেৰিল চেণ্ডবাৰ্গ বিবাহপাশত আৱদ্ধ হ’ল। দৰা হ’ল বিপণন বিষয়া তথা প্ৰাক্তন টিভি প্ৰযোজক টম বাৰ্ণথাল। শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱায়মিঙত বিবাহ অনুষ্ঠানটো অনুষ্ঠিত হয়।

শ্বেৰিল আৰু টমে গভীৰ প্ৰেমৰ পৰিণতিত ২০২০ত তেওঁলোকৰ বিবাহ সম্পৰ্ক গঢ়ি তোলাৰ বিষয়ে সিদ্ধান্ত চূড়ান্ত কৰিছিল।

শ্বেৰিল চেণ্ডবাৰ্গ আৰু টম বাৰ্ণথাল।

শ্বেৰিলৰ আগৰ সংসাৰৰ ফালৰ পৰা দুটা সন্তান আছে আৰু টমৰো পূৰ্বৰ সংসাৰত তিনিটা সন্তান আছে। তেওঁলোকো বিয়াখনত উপস্থিত আছিল।

শ্বেৰিলে এই বছৰতেই মেটা ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। তেওঁ কৈছিল যে তেওঁ দাতব্য কামকাজৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে। বিয়াতো তাৰ প্ৰতিফলন দেখা গৈছে।

শ্বেৰিল চেণ্ডবাৰ্গ।

বিয়াত অতিথিসকলৰ উপহাৰ অনাটো নিষিদ্ধ আছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক বাল্য বিবাহ প্ৰতিৰোধ কাৰ্যসূচীত তেওঁলোকক দান কৰিবলৈ আহ্বান জনোৱা হৈছিল।

শ্বেৰিল চেণ্ডবাৰ্গ আৰু টম বাৰ্ণথাল।

শ্বেৰিল চেণ্ডবাৰ্গ ২০০৮ চনৰ পৰা ফেচবুকৰ সৈতে ওত:প্ৰোতভাৱে জড়িত আছিল। প্ৰায় ১৪ বছৰ ফেচবুকক জনপ্ৰিয় কৰি তোলাৰ কামত মাৰ্ক জুকাৰবাৰ্গৰ সৈতে কাম কৰিছিল। তাৰমাজতে জুকাৰবাৰ্গৰ সৈতে মতভেদ ঘটাৰ পিছত শ্বেৰিলে ফেচবুক এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd