• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিমন্ত বিশ্বৰ শৰ্মাৰ দৰেই মোক বিজেপিত ভৰ্তি কৰোৱাৰ কৌশল চলিছে: মনীষ চিছ’দিয়া

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
August 22, 2022 9:43 pm
Manish Sisodia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“হিমন্ত বিশ্বৰ শৰ্মাৰ দৰেই মোক বিজেপিত ভৰ্তি কৰোৱাৰ কৌশল চলিছে।” আজি এক সংবাদমেলত এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই।

আজি এক মেছেজযোগে বিজেপিয়ে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিলেই সকলো অভিযোগৰ পৰা চিছ’দিয়াক মুকলি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি আপ নেতাগৰাকীয়ে অভিযোগ কৰিছিল।

Apply Now

এক টুইটযোগে বিজেপিৰ এই প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দি চিছ’দিয়াই লগতে কয়, “মই এজন ৰাজপুত আৰু মহাৰাণা প্ৰতাপৰ বংশধৰ। মই মোৰ মূৰ কাটি পেলাব পাৰোঁ, কিন্তু মই দুৰ্নীতিগ্ৰস্ত-ষড়যন্ত্ৰকাৰীসকলৰ সন্মুখত মূৰ নোদোৱাওঁ।”

চিছ’ডিয়াই লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো গোচৰ মিছা বুলি দাবী কৰি বিজেপিয়ে যি কৰিব বিচাৰে কৰক বুলিও প্ৰত্যাহ্বান জনায়।

উল্লেখ্য যে যোৱা বৰ্ষত গ্ৰহণ কৰা আবকাৰী নীতিত দুৰ্নীতিৰ অভিযোগত চিছ’দিয়াৰ বিৰুদ্ধে চিবিআইয়ে তদন্ত কৰি আছে। বৃহস্পতিবাৰে চিছ’দিয়াৰ বাসগৃহত ১৫ ঘণ্টা ধৰি তালাচী চলাইছিল তদন্ত সংস্থাটোৱে।

এই তালাচীৰ পিছত চিছ’দিয়াৰ লগতে আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে তদন্তকাৰী সংস্থাটোৱে তালাচী চলালেও কোনো দুৰ্নীতিৰ তথ্য-প্ৰমাণ বিচাৰি নাপায় বুলি দাবী কৰিছিল।

ইফালে চিবিআইয়ে দেওবাৰে চিছ’দিয়াৰ নামত ‘লুক আউট’ জাননী জাৰি কৰিছিল। তাকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি চিছ’দিয়াই দিল্লীতে মুকলিকৈ ঘূৰি ফুৰাৰ পাছতো তেওঁক বিচাৰি পোৱা নাই নেকি বুলি প্ৰধানমন্ত্ৰী মোদীক উপহাস কৰিছিল।

উল্লেখ্য যে চিছ’দিয়াই আজি ৰাজনৈতিক প্ৰচাৰৰ উদ্দেশ্যে অৰবিন্দ কেজৰিৱালৰ সৈতে গুজৰাট ভ্ৰমণ কৰিছে। চিবিআইৰ অভিযানৰ পিছতে তেওঁ প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰলৈ ভ্ৰমণ কৰিছে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd