• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Pushpa 2: ঘূৰি আহিছে পুষ্পাৰাজ! আৰম্ভ হৈছে শ্বুটিং, পুনৰ ৰূপালী পৰ্দা কঁপাব অৰ্জুন-ৰশ্মিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2022 7:38 am
185
VIEWS
Share on FacebookShare on Twitter

Allu Arjun and Rashmika Mandanna starring Pushpa 2 দক্ষিণ ভাৰতত ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ৰ কাহিনীৰ ওপৰত আধাৰিত এখন অতি জনপ্ৰিয় ছবি হৈছে ‘পুষ্পা: দ্য ৰাইজ’। চলচ্চিত্ৰখনে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

চলচ্চিত্ৰখনত আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ‘পুষ্পা: দ্য ৰাইজ’ৰ ব্যাপক সফলতাৰ পিছত নিৰ্মাতাসকলে চিকুৱেল নিৰ্মাণ কৰাৰ কথা ভাবিছিল। এইটোও ইংগিত দিছিল যে দ্বিতীয় ‘পুষ্পা’ আহি আছে।

এই সকলো জল্পনা-কল্পনাৰ পিছত জানিব পৰা গৈছে যে চলচ্চিত্ৰখনৰ দ্বিতীয় ভাগ ‘পুষ্পা: দ্য ৰুল’ আহি আছে।

বাতৰি অনুসৰি, সোমবাৰে ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং আৰম্ভ হ’ব। প্ৰথম দিনটোত পৰিচালক সুকুমাৰে শুভ মুহুৰৎ সম্পন্ন কৰি কামত হাত দিছে।

আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাৰ জনপ্ৰিয় যুটিটোক ছবিখনত পুনৰ একেলগে দেখা যাব।

সোমবাৰে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ আগতে পৰিচালকগৰাকীয়ে এক আনুষ্ঠানিক ঘোষণা কৰিলে। শিৰোনামত লিখিছে, “পুষ্পা ৰাজ ঘূৰি আহিছে! এয়া শাসন কৰাৰ সময়! ভাৰতৰ আটাইতকৈ অধিক প্ৰত্যাশিত চিকুৱেল নিৰ্মাণৰ কাম পূজাভাগেৰে আৰম্ভ কৰা হৈছে।’

#PushpaTheRule Pooja Ceremony Started 🔥🤩

Missing PushpaRaj 🤗 #AlluArjun @Alluarjun pic.twitter.com/0B3yUGn4aq

— Allu Arjun Folks ™ 🪓 (@AlluArjunFolks) August 22, 2022

যোৱা বছৰৰ ১৭ ডিচেম্বৰত ‘পুষ্পা: দ্য ৰাইজ’ মুক্তি দিয়া হৈছিল। নবীন ইয়েৰনেনি আৰু ৱাই ৰবি শংকৰে প্ৰযোজনা কৰা ‘পুষ্পা: দ্য ৰাইজ’ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে ‘আৰ্য’ হিচাপে পৰিচিত সুকুমাৰে। ছবিখনে মুক্তিৰ পাছৰে পৰা এটাৰ পিছত আন এটা অভিলেখ স্থাপন কৰিছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd