• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ দিনাই বিহাৰত আৰজেডি নেতাৰ গৃহত চিবিআইৰ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2022 11:31 am
CBI Raid in Bihar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিহাৰ বিধানসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নীতিশ কুমাৰৰ জেডিইউ আৰু তেজস্বী যাদৱ নেতৃত্বাধীন আৰজেডি- ৰ মিত্ৰজোঁটৰ চৰকাৰে। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে সাজু হোৱাৰ সময়তে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- ৰ তালাচী চলিছে ৰাষ্ট্ৰীয় জনতা দলৰ দুজন জ্যেষ্ঠ নেতাৰ ঘৰত।

ইউপিএ চৰকাৰৰ সময়ত ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত চাকৰিৰ বাবে ভূমি সংগ্ৰহৰ যি অনিয়মৰ অভিযোগ উত্থাপন হৈছিল, সেই গোচৰ সন্দৰ্ভতে চিবিআই- এ আৰজেডি নেতা দুগৰাকীৰ গৃহত অভিযান চলাইছে।

আজি পুৱা চিবিআইৰ এটা অনুসন্ধানকাৰী দল আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ আহমেদ আশফাক কৰিম আৰু বিহাৰৰ বিধান পৰিষদৰ সদস্য সুনীল সিঙৰ ঘৰত উপস্থিত হয়।

চিবিআইৰ তালাচীৰ পিছতে সুনীল সিঙে এয়া বিজেপিয়ে ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে। নতুন চৰকাৰৰ অংশীদাৰ আৰজেডিৰ বিধায়কসকলক ভীতিগ্ৰস্ত কৰি বিজেপিৰ সৈতে যোগ দিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যেই বিজেপিয়ে এই তালাচী চলাইছে বুলি সিঙে অভিযোগ কৰে।

ইফালে আৰজেডিৰ এজন মুখপাত্ৰই যোৱা নিশা এক টুইট যোগে বিহাৰত ক্ষমতা হেৰুওৱাৰ ক্ষোভত বিজেপিয়ে চিবিআই আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহৰ দ্বাৰা অভিযানৰ বাবে প্ৰস্তুতি চলাইছে বুলি অভিযোগ কৰিছিল।

উল্লেখ্য যে চলিত বছৰৰ মে’ মাহত লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যক ২০০৪ ৰ পৰা ২০০৯ চনৰ ভিতৰত ৰে’লৱে চাকৰিৰ নিযুক্তিত অনিয়মত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰা হৈছিল।

চিবিআই- এ লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰেলৰ চাকৰি দিয়াৰ বাবে উৎকোচ হিচাপে ভূমি আৰু সম্পত্তি লাভ কৰিছিল বুলি অভিযোগ কৰিছিল।

বিগত জুন মাহত চিবিআইয়ে গোচৰটোৰ সন্দৰ্ভত লালু যাদৱৰ সহযোগী ভোলা যাদৱক গ্ৰেপ্তাৰ কৰিছিল। চিবিআইৰ সূত্ৰই জনোৱা মতে ভোলা যাদৱক জেৰাৰ সময়ত পোহৰলৈ অহা তথ্যৰ আধাৰতে শেহতীয়া অভিযান চলোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd