• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ দিনাই বিহাৰত আৰজেডি নেতাৰ গৃহত চিবিআইৰ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2022 11:31 am
CBI Raid in Bihar
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিহাৰ বিধানসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নীতিশ কুমাৰৰ জেডিইউ আৰু তেজস্বী যাদৱ নেতৃত্বাধীন আৰজেডি- ৰ মিত্ৰজোঁটৰ চৰকাৰে। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে সাজু হোৱাৰ সময়তে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- ৰ তালাচী চলিছে ৰাষ্ট্ৰীয় জনতা দলৰ দুজন জ্যেষ্ঠ নেতাৰ ঘৰত।

ইউপিএ চৰকাৰৰ সময়ত ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ কাৰ্যকালত চাকৰিৰ বাবে ভূমি সংগ্ৰহৰ যি অনিয়মৰ অভিযোগ উত্থাপন হৈছিল, সেই গোচৰ সন্দৰ্ভতে চিবিআই- এ আৰজেডি নেতা দুগৰাকীৰ গৃহত অভিযান চলাইছে।

Apply Now

আজি পুৱা চিবিআইৰ এটা অনুসন্ধানকাৰী দল আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ আহমেদ আশফাক কৰিম আৰু বিহাৰৰ বিধান পৰিষদৰ সদস্য সুনীল সিঙৰ ঘৰত উপস্থিত হয়।

চিবিআইৰ তালাচীৰ পিছতে সুনীল সিঙে এয়া বিজেপিয়ে ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে। নতুন চৰকাৰৰ অংশীদাৰ আৰজেডিৰ বিধায়কসকলক ভীতিগ্ৰস্ত কৰি বিজেপিৰ সৈতে যোগ দিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যেই বিজেপিয়ে এই তালাচী চলাইছে বুলি সিঙে অভিযোগ কৰে।

ইফালে আৰজেডিৰ এজন মুখপাত্ৰই যোৱা নিশা এক টুইট যোগে বিহাৰত ক্ষমতা হেৰুওৱাৰ ক্ষোভত বিজেপিয়ে চিবিআই আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহৰ দ্বাৰা অভিযানৰ বাবে প্ৰস্তুতি চলাইছে বুলি অভিযোগ কৰিছিল।

উল্লেখ্য যে চলিত বছৰৰ মে’ মাহত লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যক ২০০৪ ৰ পৰা ২০০৯ চনৰ ভিতৰত ৰে’লৱে চাকৰিৰ নিযুক্তিত অনিয়মত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতিৰ গোচৰত অভিযুক্ত কৰা হৈছিল।

চিবিআই- এ লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে ৰেলৰ চাকৰি দিয়াৰ বাবে উৎকোচ হিচাপে ভূমি আৰু সম্পত্তি লাভ কৰিছিল বুলি অভিযোগ কৰিছিল।

বিগত জুন মাহত চিবিআইয়ে গোচৰটোৰ সন্দৰ্ভত লালু যাদৱৰ সহযোগী ভোলা যাদৱক গ্ৰেপ্তাৰ কৰিছিল। চিবিআইৰ সূত্ৰই জনোৱা মতে ভোলা যাদৱক জেৰাৰ সময়ত পোহৰলৈ অহা তথ্যৰ আধাৰতে শেহতীয়া অভিযান চলোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd