• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰফেট মহম্মদ বিতৰ্কত মুক্তিৰ দুদিন পিছতেই পুনৰ গ্ৰেপ্তাৰ তেলেংগানাৰ বিজেপি বিধায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2022 5:31 pm
Telangana BJP MLA Prophet Muhammad remark
182
VIEWS
Share on FacebookShare on Twitter

তেলেংগানাৰ নিলম্বিত বিজেপি বিধায়ক টি ৰাজা সিঙক আজি পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। নবী মহম্মদ সন্দৰ্ভত অপমানজনক মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছত টি ৰাজা সিঙক মঙলবাৰে জামিন দিয়া হৈছিল আৰু তাৰ দুদিন পিছতে এইদৰে পুনৰ গ্ৰেপ্তাৰ হৈছে বিধায়কগৰাকীক।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত সিঙৰ বিৰুদ্ধে দাখিল কৰা দুটা গোচৰৰ বাবে বিধায়কগৰাকীলৈ বুধবাৰে জাননী জাৰি কৰিছিল তেলেংগানা আৰক্ষীয়ে।

ফেব্ৰুৱাৰীত সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হোৱা এটা ভিডিঅ’ত আপত্তিজনক মন্তব্য দিয়া দেখা গৈছিল টি ৰাজা সিঙক। আনহাতে এপ্ৰিলত এক ৰেলীৰ সময়ত উচতনিমূলক ভাষণ দিয়াৰ অভিযোগত টি ৰাজা সিঙৰ বিৰুদ্ধে আন এটা অভিযোগ দাখিল কৰা হৈছিল।

সোমবাৰে বিজেপি বিধায়কজনে ষ্টেণ্ড-আপ কমেডিয়ান মুনাৱাৰ ফাৰুকুইক সমালোচনা কৰি এটা ভিডিঅ’ মুকলি কৰিছিল। ভিডিঅ’টোত সিঙে ইছলাম ধৰ্মৰ বিৰুদ্ধে কেতবোৰ অপমানজনক মন্তব্য কৰিছিল।

ধৰ্মৰ ভিত্তিত শত্ৰুতা বৃদ্ধি কৰা, ইচ্ছাকৃত আৰু বিদ্বেষপূৰ্ণ কাৰ্যৰ অভিযোগত আইপিচিৰ বিভিন্ন ধাৰাৰ অধীনত ৰাজা সিঙৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে টি ৰাজা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও সতৰ্ক কৰি দি মুকলি কৰা হৈছিল।

Recent News

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd