• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2026 3:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনত বৃহৎ ৰদবদল। শনিবাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, যুটীয়া সচিব আৰু সমপৰ্যায়ৰ পদত মুঠ ২৭গৰাকী বিষয়াক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। এই নিযুক্তিসমূহৰ ভিতৰত বিশেষভাৱে চৰ্চালৈ আহিছে নিৰ্বাচন আয়োগৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে প্ৰকাশ ৰাজপুৰোহিতৰ নিযুক্তি। ৰাজস্থান কেডাৰৰ ২০১০ বৰ্ষৰ আই এ এছ বিষয়া ৰাজপুৰোহিতে সঞ্জয় কুমাৰৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব। তেওঁ ২০৩০ চনৰ ৮ এপ্ৰিললৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিব।

কেবিনেটৰ নিযুক্তি সমিতিয়ে এই ৰদবদলৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত নিযুক্তিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এন টি এ)-ৰ যুটীয়া সচিব হিচাপে নিযুক্তি লাভ কৰিছে ১৯৯৬ বৰ্ষৰ ভাৰতীয় টেলিকম সেৱাৰ বিষয়া বিবেক খাৰে। আনহাতে, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে দায়িত্ব লাভ কৰিছে ৰবি শংকৰ, চিত্তৰঞ্জন দাস, পি মনোজ কুমাৰ আৰু অভিষেক ভাগোটিয়াই।

Apply Now

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে মহম্মদ ৱাই ছফিৰুল্লা আৰু ঋতু শৰ্মাক নিযুক্তি দিয়া হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ যুটীয়া সচিব হিচাপে দায়িত্ব লাভ কৰিছে অসম-মেঘালয় কেডাৰৰ ২০০৯ বৰ্ষৰ আই এ এছ বিষয়া বৰ্ণালী ডেকাই। একেটা প্ৰতিষ্ঠানতে অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে মোৰে আশীষ মাধৱৰাওক।

আন কেইবাটাও গুৰুত্বপূৰ্ণ পদতো নতুন বিষয়া নিযুক্ত কৰা হৈছে। নিখিল বাৰ্মাক দিল্লীৰ অতিৰিক্ত বৈদেশিক বাণিজ্য সঞ্চালক প্ৰধান, তন্বী সুন্দৰিয়ালক কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব আৰু ইন্দৰজিৎ সিঙক সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে দায়িত্ব দিয়া হৈছে। ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যবাহী সঞ্চালক হিচাপে তাম্বোলি আয়াজ ফকিৰভাই, ভাৰতীয় খাদ্য নিগমৰ কাৰ্যবাহী সঞ্চালক হিচাপে ৰাজেশ মল্লিক আৰু আইন পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব হিচাপে নবীন আগৰৱালে দায়িত্ব লাভ কৰিছে।

ইয়াৰ উপৰি কেপিটেল ডেভেলপমেণ্ট বিভাগত ব্ৰিজেশ পাণ্ডে, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ত এম ৰামচন্দ্ৰুডু আৰু নীতি আয়োগৰ উপদেষ্টা হিচাপে ছোনিয়া পন্থক নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ অতিৰিক্ত সচিব হিচাপে নীতিন কুমাৰ, পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে চি মুৰগানাছ আৰু ৰাষ্ট্ৰীয় ঘাইপথ লজিষ্টিকছ মেনেজমেণ্ট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ৰাজনীশ কুমাৰ টোমাৰক দায়িত্ব দিয়া হৈছে। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে নিশিতা তিৱাৰীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd