• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰিঙত বাগৰি পৰাৰ পিছত মৃত্যুক সাৱটিলে অৰুণাচলৰ ২৪ বছৰীয়া কিকবক্সাৰ ইয়োৰা টাডে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2022 7:31 am
প্রয়াত ইয়োৰা টাডে। ফাইল ফটো।

প্রয়াত ইয়োৰা টাডে। ফাইল ফটো।

140
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ সময়ত ৰিঙত বাগৰি পৰাৰ পিছত মঙলবাৰে দক্ষিণ ভাৰতৰ চেন্নাই চহৰৰ এখন চৰকাৰী চিকিৎসালয়ত ভাৰতীয় কিকবক্সাৰ অৰুণাচল প্ৰদেশৰ ইয়োৰা টাডেৰ মৃত্যু হয়।

চিকিৎসালয়খনে বুধবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে “ৰাষ্ট্ৰীয় কিকবক্সিং চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলৰ সময়ত তেওঁৰ মূৰত কঠিন আঘাত পোৱাৰ পিছত” ২৪ বছৰীয়া টাডেক দেওবাৰে চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

চিকিৎসালয়খনে ইয়াৰ এক বিবৃতিত কয় যে  চিকিৎসকসকলে তেওঁৰ অস্ত্ৰোপচাৰ কৰি তেওঁক আইচিইউত ভৰ্তি কৰিছিল। কিন্তু মঙলবাৰে চিকিৎসাৰ প্ৰতি সঁহাৰি নিদি টাডেৰ মৃত্যু হয়।

টাডে অৰুণাচল প্ৰদেশৰ পৰা আহিছিল আৰু আঘাতৰ সন্মুখীন হোৱা সময়ত তেওঁ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰতিদ্বন্দিতা আগবঢ়াই আছিল।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি কয়, “আমাৰ উদীয়মান কিকবক্সাৰ ইয়োৰা টাডে স্বৰ্গবাসী হোৱাৰ কথা জানি স্তম্ভিত হৈছো। তেওঁ অতি সোনকালে আমাক এৰি গ’ল, প্ৰিয় টাডে! মোৰ দুখ প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই।”  

Recent News

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

মোডীৰ ক’লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি! চুইছ বেংকত ৩০০ শতাংশ বৃদ্ধি পাইছে ভাৰতীয়ৰ ‘জমা’ ধন

মোডীৰ ক’লা ধন ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি! চুইছ বেংকত ৩০০ শতাংশ বৃদ্ধি পাইছে ভাৰতীয়ৰ ‘জমা’ ধন

আহমেদাবাদ বিমান দুৰ্ঘটনা; আমেৰিকালৈ প্ৰেৰণ কৰা নহয় ব্লেক বক্স, মন্ত্ৰণালয়ে দিলে উত্তৰ

আহমেদাবাদ বিমান দুৰ্ঘটনা; আমেৰিকালৈ প্ৰেৰণ কৰা নহয় ব্লেক বক্স, মন্ত্ৰণালয়ে দিলে উত্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd