• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত ব্যাপক খহনীয়া! গুলাম নবী আজাদৰ সমৰ্থনত পুনৰ ৪২ জন নেতাৰ পদত্যাগ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 31, 2022 6:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেতৃত্বকেন্দ্ৰিক সংঘাতত বিধ্বস্ত কংগ্ৰেছত অব্যাহত আছে খহনীয়া। কালি গুলাম নবী আজাদৰ সমৰ্থনত ৬৫ জন নেতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত পিছত আজিও ৪২ জন নেতাই দল ত্যাগ কৰে। কংগ্ৰেছ ত্যাগ কৰা নেতাসকলে কয় যে তেওঁলোকে গুলাম নবী আজাদৰ নৱগঠিত দলত যোগদান কৰিব। গুলাম নবী আজাদে কংগ্ৰেছ এৰি যোৱাৰ পিছত তেওঁৰ সমৰ্থনত দল ত্যাগ কৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথাত চিন্তিত হৈ পৰিছে কংগ্ৰেছৰ নেতৃত্ব।

আজাদৰ পদত্যাগে কংগ্ৰেছৰ এপৰত কোনো প্ৰভাৱ নেপেলায় বুলি কৈ অহা দলটোৰ নেতাসকলে এতিয়া বিষয়টো নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে।মঙলবাৰে গুলাম নবী আজাদৰ সমৰ্থনত ৬৫ জন নেতাই দলৰ পৰা পদত্যাগ কৰিছিল। এতিয়ালৈকে গুলাম নবী আজাদৰ সমৰ্থনত ১০০ ৰো অধিক কংগ্ৰেছৰ নেতাই পদত্যাগ কৰিছে। এই নেতাসকলৰ ভিতৰত প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তাৰা চান্দো আছে।

Apply Now

অহা বছৰ জম্মু আৰু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ জল্পনা-কল্পনা চলি আছে। গুলাম নবী আজাদৰ সমৰ্থকসকলে কয় যে তেওঁলোকৰ গঠন হ’বলগীয়া দলটোৱে ৯০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব। গুলাম নবী আজাদে জম্মুত এক বিশাল ৰেলী অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰিছে। আজাদৰ নতুন দলটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোত কংগ্ৰেছৰ ভেটি কঁপাই তুলিব বুলি ধাৰণা কৰা হৈছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি গুলাম নবী আজাদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল।

আজাদে কৈছিল যে ৰাহুল গান্ধী ৰাজনীতিলৈ অহাৰ লগে লগে সমগ্ৰ কংগ্ৰেছ দলটো ডুবিবলৈ লৈছিল। পদত্যাগৰ পিছতে গুলাম নবী আজাদে তেওঁৰ দল গঠনৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। তেওঁ ৪ ছেপ্টেম্বৰত জম্মুত এখন ৰেলী সম্বোধন কৰাৰ কথা । কংগ্ৰেছ এৰি যোৱাৰ পিছত এয়াই তেওঁৰ প্ৰথম ৰাজহুৱা অনুষ্ঠান হ’ব। উক্ত ৰেলীতে তেওঁ তেওঁৰ নতুন দলৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৪ ছেপ্টেম্বৰত ৰাহুল গান্ধীয়ে দিল্লীত ‘মেহঙ্গাই পৰ হাল্লা বোল’ শীৰ্ষক ৰেলীত অংশগ্ৰহণ কৰিব।

গুলাম নবী আজাদৰ কাৰ্যসূচীৰ বাবে কংগ্ৰেছৰ এই প্ৰতিবাদ প্ৰভাৱান্বিত হ’ব বুলি বহুতে ধাৰণা কৰিছে। আজাদে আজি পুনৰ স্পষ্ট ভাষাত কৈছে যে অনাগত দিনবোৰত তেওঁৰ ফালৰ পৰা কংগ্ৰেছৰ ওপৰত আক্ৰমণ বৃদ্ধি হ’ব । গুলাম নবী আজাদৰ বিদ্ৰোহে জম্মু আৰু কাশ্মীৰৰ বাহিৰতো অনাগত দিনত দলটোকশলঠেকত পেলা বুলি ধাৰণা কৰা হৈছে।শেহতীয়াকৈ ভূপিন্দৰ সিং হুডা আৰু আনন্দ শৰ্মাৰ দৰে প্ৰবীণ কংগ্ৰেছী নেতাসকলে দিল্লীত আজাদক সাক্ষাৎ কৰিছে।

এনে পৰিস্থিতিত, এই নেতাসকলে অনাগত দিনত কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনাই অধিক বুলি বহুতে কৈছে। উল্লেখ্য যে কিছুদিন আগতে আনন্দ শৰ্মাই কংগ্ৰেছৰ হিমাচল প্ৰদেশ প্ৰচাৰ সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ কৈছিল যে ৰাজ্যখনত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত তেওঁৰ সৈতে কোনো কথা পতা হোৱা নাছিল। কোনো আলোচনা নোহোৱাকৈ তেওঁক এই দায়িত্ব দিয়া হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd