• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Baba Vanga’s prediction এইবাৰো ফলিয়াব নেকি বাবা ভাংগাৰ ভৱিষ্যতবাণী? চলিত বৰ্ষতে ভাৰত সন্মুখীন হ’ব ভয়াৱহ দুৰ্ভিক্ষৰ!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 1, 2022 8:59 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুলগেৰিয়াৰ এগৰাকী মহিলা বিশ্বত চৰ্চা লাভ কৰা এই গৰাকী অন্ধ মহিলাই ভৱিষ্যতৰ সকলো কথাই তেওঁৰ মনৰ চকুৰে চাবলৈ সক্ষম বুলি দাবী কৰিছিল। সেই মৰ্মে তেওঁ ২৬ বছৰ আগতেই কৰি গৈছিল বহু ভৱিষ্যতবাণী। বিশ্বৰ বিভিন্ন দেশকলৈ কৰা সেই ভৱিষ্যতবাণীসমূহ আখৰে আখৰে মিলিছেও। নাম তেওঁৰ বাবা ভাংগা। বাবা ভাংগাই ৯/১১ ৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু ব্ৰেক্সিটৰ দৰে যিবোৰ ভৱিষ্যতবাণী কৰিছিল সেই সকলো বোৰেই মিলিছে।

ভাৰতৰ বিষয়ে বাবা ভাংগাই কৰি থৈ যোৱা ভৱিষ্যতবাণীয়ে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে। তেওঁৰ ভৱিষ্যতবাণী অনুসৰি ভাৰতে ২০২২ চনত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সাক্ষী হ’বলৈ গৈ আছে। তেওঁ ভৱিষ্যতবাণী কৰিছিল যে ফৰিঙৰ জাকে শস্য আৰু কৃষিক্ষেত্ৰত আক্ৰমণ কৰিব, যাৰ ফলত ভাৰতত দুৰ্ভিক্ষ হ’ব।

Apply Now

বুলগেৰিয়ান ৰহস্যবাদীজনে কৈছিল যে এই বছৰ পৃথিৱীত তাপমাত্ৰা হ্ৰাস পাব, যাৰ ফলত ফৰিঙৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। লক্ষ্যণীয়ভাৱে ২০২০ চনত ৰাজস্থান, গুজৰাট আৰু মধ্য প্ৰদেশ ৰাজ্যত ফৰিঙৰ বৃহৎ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল।বাবা ভাংগাৰ প্ৰকৃত নাম আছিল ভেঞ্জেলিয়া গুষ্টেৰোভা। তেওঁৰ উদ্ভট ভৱিষ্যতবাণীৰ বাবে তেওঁক ‘বলকানৰ নষ্ট্ৰাডামাছ’ বুলি কোৱা হৈছিল।

১৯১১ চনত জন্ম গ্ৰহণ কৰা বুলগেৰিয়ান মহিলাগৰাকীয়ে দাবী কৰিছিল যে তেওঁ ঈশ্বৰৰ পৰা এটা অতি বিৰল উপহাৰ লাভ কৰিছিল ,যিয়ে তেওঁক ১২ বছৰ বয়সত এক ধুমুহাৰ সময়ত দৃষ্টি শক্তি হেৰুওৱাৰ পিছত ভৱিষ্যত দেখা পাবলৈ সক্ষম কৰি তুলিছিল।

মৃত্যুৰ ঠিক আগতে বাবা ভাংগাই কেইবাটাও ভৱিষ্যতবাণী এৰি গৈছিল ।
শেহতীয়াকৈ ভাৰতকলৈ কৰা ভৱিষ্যতবাণীৰ বাবে পুনৰ চৰ্চালৈ আহিছে এইগৰাকী মহিলা। তেওঁ ১৯৯৬ চনৰ পূৰ্বেই কৰা প্ৰায় সংখ্যক ভৱিষ্যতবাণী এতিয়া আখৰে আখৰে ফলিয়াইছে।
১৯১১ চনৰ ১১ জানুৱাৰীত বুলগেৰিয়াত জন্মগ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক জনা যায় বাবা ভাংগা হিচাপে। মহিলাগৰাকীৰ ভৱিষ্যবাণীৰ ওপৰত চলিছে গৱেষণা। আনকি আচৰিত হৈ পৰিছে বিজ্ঞানীসকলো।

১২ বছৰ বয়সত গোচটেৰ’ভাই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।তাৰ পিছতে তেওঁ লাভ কৰিছিল ভৱিষ্যত দৰ্শনৰ বিশেষ শক্তি। ১৯৯৬ চনত ৮৫ বছৰ বয়সত মৃত্যু হৈছিল বাবা ভাংগাৰ। কিন্তু তাৰ পূৰ্বে বাবা ভাংগাই কৰি গৈছে ভৱিষ্যতাণী। আৰু সময়ে সময়তে সঁচা প্ৰমাণিত হৈছে ভৱিষ্যতবাণী।

ছোভিয়েট ৰাছিয়াৰ ভংগ,ৰাণী ডায়েনাৰ মৃত্যু, ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ছুনামী আদি ভৱিষ্যবাণী সঁচা প্ৰমাণিত হৈছে। বাবাৰ ভাংগাৰ মতে ৫০৭৯ ত পৃথিৱী ধ্বংস হ’ব । ভাৰতৰ বিষয়ে বাবা ভাংগাই কৰা ভৱিষ্যতবাণী ভালে খিনি ফলিয়াবলৈ ধৰা পৰিলক্ষিত হৈছে। কাৰণ দেশৰ বহু ৰাজ্যতে এতিয়া তীব্ৰ খৰাঙৰ সংহাৰ চলিছে। কমি গৈছে খাদ্য শস্যৰ উৎপাদনো। এনে পৰিস্থিতিত বাবা ভাংগাই কৈ যোৱাৰ দৰে ভাৰতত দুৰ্ভিক্ষ সদৃশ পৰস্থিতিৰ সৃষ্টি হোৱাটো একো আচৰিত হ’বলগীয়া কথা হৈ নাথাকিব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd