• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Arshdeep Singh অৰ্শদীপ সিঙক খালিস্তানী দলৰ ক্ৰিকেটাৰ সজাই বিপদত ৱিকিপিডিয়া, চৰকাৰৰ চমন জাৰি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 5, 2022 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্শদীপ সিঙক খালিস্তানী দলৰ ক্ৰিকেটাৰ সজাই বিপদত পৰিছে ৱিকিপিডিয়া।ভাৰতীয় পেচাৰ অৰ্শদীপ সিঙে ভাৰত-পাক হাই-ভল্টেজ মেচত এটা সহজ কেচ হেৰুৱাই সমালোচিত হৈছে। দেওবাৰৰ খেলখনৰ ঠিক পিছতে ৱিকিপিডিয়াই লিখিছে যে পঞ্জাৱৰ খেলুৱৈজন খালিস্তানীসকলৰ সৈতে জড়িত আছিল। পিছদিনা অৱশ্যে সেই তথ্য ৱিকিপিডিয়াৰ পৰা ডিলিট কৰা হৈছিল। ঘটনাটোৰ পিছত ৱিকিপিডিয়াৰ বিষয়াসকলক কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে চমন জাৰি কৰিছে।

দেওবাৰৰ ভাৰত-পাকিস্তান খেলৰ পিছতে ৱিকিপিডিয়াত অৰ্শদীপৰ বিষয়ে এনে তথ্য প্ৰকাশ পায়। সেই খেলখনত বলাৰ অৰ্শদীপ সিঙে এটা অতি সহজ কেচ মিছ কৰিছিল। সেই সময়ত খেলপথাৰত থকা ভাৰতীয় দলৰ সদস্যসকলেও অৰ্শদীপৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছিল। কিন্তু খেলখনৰ পিছত, বিৰাট কোহলীয়ে সংবাদমেলত স্পষ্ট কৰি দিছিল যে অৰ্শদীপে এই ঘটনাটো পাহৰি আগবাঢ়ি যাব। দলৰ সকলোৱে তেওঁক সহায় কৰিব। কিন্তু দেওবাৰে খেলখন সমাপ্ত হোৱাৰ অলপ পিছতে অৰ্শদীপৰ বিষয়ে ৱিকিপিডিয়াৰ পৃষ্ঠাত এই বুলি লিখা হয় যে তেওঁ ২০১৮ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপত খালিস্তানৰ হৈ খেলিছিল।

Apply Now

অৱশ্যে, সোমবাৰে পুৱা ইয়াক সম্পাদনা কৰি সেই তথ্য আঁতৰাই দিয়া হয়। কিন্তু তেতিয়ালৈকে বহুলোকে অৰ্শদীপৰ সেই ভুল তথ্যৰ বিষয়ে জানিব পাৰে। এই তথ্য বিভিন্ন সামাজিক মাধ্যমতো বিয়পি পৰিছে। তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৱিকিপিডিয়াৰ ভাৰতীয় বিষয়াসকলক এই ঘটনাৰ পিছতে মাতি পঠিয়াইছে।তথ্য প্ৰযুক্তি সচিব অলকেশ কুমাৰ শৰ্মাৰ নেতৃত্বত শীৰ্ষ চৰকাৰী বিষয়াসকলে ৱিকিপিডিয়াৰ প্ৰতিনিধিসকলক প্ৰশ্ন কৰিব।

নাম উল্লেখ কৰিব নিবিচৰা এজন চৰকাৰী বিষয়াই কয়: “এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। প্ৰথম অৱস্থাত, এইটো জনা গৈছে যে ৱিকিপিডিয়াৰ তথ্য চুবুৰীয়া দেশৰ পৰা সলনি কৰা হৈছে। এই ঘটনাটোৰ দীৰ্ঘম্যাদী প্ৰভাৱ থাকিব পাৰে। দেশৰ আভ্যন্তৰীণ শান্তি বিঘ্নিত হ’ব পাৰে। ৱিকিপিডিয়াৰ বিষয়াসকলক সোধা হ’ব, তেওঁলোকক ইমান কম সময়ৰ ভিতৰত তথ্য সলনি কৰিবলৈ কিয় অনুমতি দিয়া হৈছে?”

দৰাচলতে, পৃথিৱীৰ যিকোনো প্ৰান্তৰ যিকোনো লোকে ৱিকিপিডিয়াৰ তথ্য সম্পাদনা কৰিব পাৰে। গতিকে এই ৱেবছাইটৰ তথ্য কিমান সঁচা সেই বিষয়ে আগতে কেইবাবাৰো প্ৰশ্ন উত্থাপন হৈছে। ২৪ বছৰীয়া ভাৰতীয় তাৰকা অৰ্শদীপ সিঙে ৰাতিটোৰ ভিতৰতে খলনায়ক হৈ পৰিছে। ইপিনে পঞ্জাৱৰ শিক্ষা মন্ত্ৰীয়ে যুৱ ক্ৰিকেটাৰজনৰ কাষত থিয় দিছে। তেওঁ অৰ্শদীপৰ মাকৰ সৈতে ফোনত কথা পাতিছে। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙেও যুৱ ক্ৰিকেটাৰজনৰসপক্ষে মাত মাতিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd