• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমৰলি পৰুৱাৰ সন্ত্ৰাসত ভীতিগ্ৰস্ত গাঁওবাসী: বাধ্য হৈছে ঘৰ এৰি পলাবলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2022 7:56 pm
fire ants invade Odisha village
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিফালেই চোৱা যায় কেৱল পৰুৱা আৰু পৰুৱা। মুকলি ঠাইৰ পৰা ঘৰৰ বৈদ্যুতিক চুইছ ব’ৰ্ডলৈকে জাক জাক আমৰলিৰ বাহ। আমৰলি পৰুৱাৰ এই উপদ্ৰৱত ত্ৰাহি মধুসূদন দেখিছে স্থানীয় ৰাইজে। কেইবাটাও পৰিয়াল বাধ্য হৈছে নিজৰ ঘৰ এৰিবলৈও। আমৰলি পৰুৱাৰ এই তাণ্ডৱে এতিয়া বাতৰিৰ শিৰোনামো দখল কৰিছে।

এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ পুৰী জিলাৰ পিপলি খণ্ডৰ ব্ৰহ্মাঞ্চাহী গাঁৱত। গাওঁখনত শেহতীয়াকৈ ৰঙা আমৰলি পৰুৱাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। গাওঁখনৰ ঘৰৰ পৰা দেৱাল, গছ, ৰাস্তা আৰু মুকলি ঠাইলৈ, সকলোতে এতিয়া দেখা যায় জাকে জাকে আমৰলি।

Apply Now

এই সন্ত্ৰাসত উপায়হীন হৈ পৰা গাওঁবাসীয়ে এতিয়া পলিথিন মেৰিয়াই ভৰি ঢাকি ৰাখিব লগা অৱস্থাৰো সৃষ্টি হৈছে। গাওঁখনত বাস কৰা মুঠ ২৬ টা পৰিয়ালৰ ভিতৰত কেইটামান পৰিয়ালে আনকি এই উপদ্ৰৱত তিষ্ঠিব নোৱাৰি নিজৰ ঘৰ এৰি চুবুৰীয়াৰ ঘৰত আশ্ৰয় ল’বলগা পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই খবৰ বিয়পি পৰাৰ পিছতে গাঁওখনলৈ ঢাপলি মেলিছে বিশেষজ্ঞৰ দল। উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ (অ’ইউএটি) স্থানীয় খণ্ড উন্নয়ন বিষয়া (বিডিঅ’) আৰু কীট নিয়ন্ত্ৰকৰ এটা দল গাওঁখনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

দলটোৱে ইতিমধ্যে বহু ঠাইৰ পৰা আমৰলিৰ বাহ নিৰ্মূল কৰাৰ লগতে অধিক ঠাইলৈ বিস্তাৰ নিয়ন্ত্ৰণ ৰখাৰ প্ৰচেষ্টা চলাইছে। আনহাতে উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ দলটোৱে পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে আমৰলিৰ নমুনা।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এগৰাকী বিষয়াই কয় যে বিজ্ঞানীৰ এটা দলে অধ্যয়নৰ বাবে গাওঁখন ভ্ৰমণ কৰিছে আৰু পৰিচ্ছন্নতাৰ অভাৱৰ বাবেই গাওঁখনত পৰুৱাবোৰ দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি জানিব পাৰিছে।

বিশেষজ্ঞৰ দলটোৱে গাওঁবাসীক তেওঁলোকৰ চাৰিওফাল পৰিষ্কাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে কীটনাশক ব্যৱহাৰৰ পৰামৰ্শ দিছে বুলি তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd