• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্য চৰ্চাৰ যোগেদিয়েই উঠি অহা প্ৰজন্মই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক উজলাই তুলিব: পদ্মশ্ৰী য়েছে দৰজে ঠংচি

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
September 11, 2022 7:51 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডীজ এণ্ড লিটাৰেৰী ফ’ৰাম আৰু অসমীয়া বিভাগৰ আখৰা ঘৰৰ উদ্যোগত শনিবাৰে কাকজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এটি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ স্বনামধন্য সাহিত্যিক পদ্মশ্ৰী য়েছে দৰজে ঠংচি।

মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানীয়ে আঁতধৰা এই বক্তৃতা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰূপৰেখা বৰদলৈ, উপাধ্যক্ষা ড০ বিজয়লক্ষ্মী নেওগ, ইংৰাজী বিভাগৰ মুৰব্বী ড০ পংকজ গোস্বামী, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ লগতে শৈক্ষিক উপাধ্যক্ষ মৃদুল গগৈ উপস্থিত থাকি মঞ্চৰ শোভা বৃদ্ধি কৰে।

লগতে পঢ়ক: “কাক প্ৰতাৰণা কৰিছে?”: হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটেৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধানবাণী কংগ্ৰেছ নেতাৰ

Apply Now

উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীয়ে উপস্থিত শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগত তেওঁ জীৱনৰ বিভিন্ন অভিজ্ঞতাসমূহ সদৰী কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

ফটো: নৰ্থইষ্ট নাও।

সাহিত্য চৰ্চাৰ যোগেদিয়েই উঠি অহা প্ৰজন্মই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক উজলাই তুলিব পাৰিব বুলি আশা প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

ইপিনে, সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত সাহিত্য সভাৰ সভাপতি পদ সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত সাহিত্যগৰাকীয়ে কয় যে কোনো জাতীয় অনুষ্ঠানে কাৰো সকলো আশা পুৰণ কৰিব নোৱাৰে, প্ৰত্যকৰে একো একোটা নিদিষ্ট পৰিধি থাকে। সেয়ে কাম কৰাৰ ক্ষেত্ৰত হয়তো কেতিয়াবা বাধাৰ সৃষ্টি হয়।

লগতে পঢ়ক: সাংবাদিক বনজিৎ ঠাকুৰীয়াক আৰক্ষীয়ে কৰা নিৰ্যাতনক তীব্ৰ গৰিহণা ডি ৱাই এফ আইৰ

অৱশ্য ইতিমধ্যে সাহিত্য সভাই বিগত দিনবোৰত অসমৰ হৈ নিজৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে আৰু অনাগত দিনসমূহতো সাহিত্য সভাৰ দীৰ্ঘদিনীয়া যাত্ৰাত অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিসমূহ পৰ্যালোচনা কৰি ন ৰূপেৰে আগুৱাই নিবলৈ চেষ্টা চলোৱা হ’ব বুলি মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

এন ই নাও নিউজ, টীয়ক

এন ই নাও নিউজ, টীয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd