• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক বনজিৎ ঠাকুৰীয়াক আৰক্ষীয়ে কৰা নিৰ্যাতনক তীব্ৰ গৰিহণা ডি ৱাই এফ আইৰ

পক্ষপাতিত্বমূলক আচৰণ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লওক: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2022 7:07 am
সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ন্যায় বিচাৰি গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ প্ৰতিবাদ।

সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ন্যায় বিচাৰি গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ প্ৰতিবাদ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজ নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বনজিৎ ঠাকুৰীয়াক আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণেৰে কৰা নিৰ্যাতনক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ গৰিহণা জনাইছে আৰু সাংবাদিকক হাৰাশাস্তি কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

এক বিবৃতিত সংগঠনটোৱে কয় যে আৰক্ষীৰ এই আচৰণত সাংবাদিক সকলৰ নিৰাপত্তাৰ দিশটোতে প্ৰশ্ন উত্থাপিত হৈছে। আৰক্ষীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত পক্ষপাতিত্বমূলক আচৰণৰৰ অভিযোগ প্ৰায়ে শুনিবলৈ পোৱা যায়, কিন্তু এইবাৰ গুৱাহাটী মহানগৰীতে খোদ সাংবাদিকৰ ক্ষেত্ৰতে এনে অভিযোগ উত্থাপিত হৈছে। এয়া গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতিয়ে ভাবুকি স্বৰূপ। শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও ঘটনাত আৰক্ষীয়ে নিজেই আদালত ভুমিকা লোৱা প্ৰত্যক্ষ কৰা গৈছে।

লগতে পঢ়ক: “কাক প্ৰতাৰণা কৰিছে?”: হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি টুইটেৰে প্ৰধানমন্ত্ৰী মোদীক সাৱধানবাণী কংগ্ৰেছ নেতাৰ

Apply Now

সাংবাদিকক আৰক্ষীৰ নিৰ্যাতনৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰি ডি ৱাই এফ আইয়ে কয়, ‘’যি সময়ত আৰক্ষীয়ে জনসাধাৰণৰ প্ৰতি বন্ধুসুলভ আচৰণ কৰিব বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰতিশ্ৰুতি দিছে সেই সময়তে আৰক্ষীৰ বিৰুদ্ধে এটাৰ পাছ আনটোকৈ অভিযোগ উত্থাপিত হৈছে। আচৰিত কথাটো হৈছে ৰাজধানী মহানগৰিত হোৱা এনে গুৰুতৰ ঘটনা হৈ যোৱাৰ পাছত অসম চৰকাৰৰ অথবা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিঃচুপ হৈ আছে। এয়া খুবেই চিন্তনীয় আৰু উদ্বেগৰ বিষয়।‘’

ডি ৱাই এফ আইয়ে দাবী কৰিছে সাংবাদিক বনজিৎ ঠাকুৰীয়াক পুলিচে আইনৰ অপব্যৱহাৰ কৰাৰ যি অভিযোগ উঠিছে সেই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd