• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোগী ৰাজ্যত ২৪ ঘণ্টাত ধৰ্ষিতা দুগৰাকী! ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল দলিত কন্যাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2022 12:29 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাৰ সুৰক্ষাৰ বাবে গৌৰৱ কৰা যোগী চৰকাৰৰ সকলো দাবী অসাৰ প্ৰমাণিত হৈছে। নিৰন্তৰ ধৰ্ষণৰ ঘটনাৰ বাবে উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে। উত্তৰ প্ৰদেশৰ পিলিভিটত ২৪ ঘণ্টাৰ ব্যৱধানত দুটা দলবদ্ধ ধৰ্ষণৰ ঘটনাই আৰক্ষী বিভাগত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

প্ৰথম ঘটনাত এগৰাকী ১৬ বছৰীয়া দলিত ছোৱালীক তাইৰ ঘৰত দলবদ্ধ ধৰ্ষণ কৰি শৰীৰত ডিজেল ঢালি জুই লগাই দিয়া হৈছিল। ছোৱালীজনীক জ্বলি যোৱা আঘাতৰ সৈতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দলবদ্ধ ধৰ্ষণকে ধৰি বিভিন্ন ধাৰাৰ অধীনত দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দণ্ডাধীশে ছোৱালীজনীৰ ভাষ্যও লিপিবদ্ধ কৰিছে।

দ্বিতীয় ঘটনাটোত গাওঁখনৰ দুজন যুৱকে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক নিশা তাইৰ ঘৰৰ পৰা উঠাই লৈ গৈ কুঁহিয়াৰ খেতিৰ মাজত ধৰ্ষণ কৰে।

Apply Now

প্ৰথমটো ঘটনাৰ ভুক্তভোগীৰ পিতৃয়ে ১০ ছেপ্টেম্বৰত মাধোতান্দা আৰক্ষীক জনায় যে তেওঁৰ গাঁৱৰ দুজন প্ৰভাৱশালী যুৱক ৰাজবীৰ আৰু তাৰাচান্দে ঘৰত প্ৰৱেশ কৰি তেওঁৰ কন্যাক ধৰ্ষণ কৰিছিল আৰু তাইৰ শৰীৰত ডিজেল ছটিয়াইছিল জুই লগাই দিয়ে। ভুক্তভোগী ছোৱালীজনীৰ অৱস্থা বৰ্তমান সংকটজনক।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে খৱৰ লাভ কৰাৰ পিছত তেওঁ লগে লগে কিশোৰীজনীৰ গাওঁত উপস্থিত হৈ নিজেই বিষয়টো অনুসন্ধান কৰিছে। তেওঁৰ আত্মীয়সকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰাজবীৰ আৰু তাৰাচান্দৰ বিৰুদ্ধে ধৰ্ষণ, হত্যাৰ চেষ্টা আৰু ভাবুকিৰ গোচৰ ৰুজু কৰিছে আৰু অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিছে।

দ্বিতীয়টো ঘটনাত এগৰাকী নাবালিকা দ্বাদশ শ্ৰেণীৰ দলিত ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। এই ক্ষেত্ৰত নিৰ্যাতিতা ছোৱালীগৰাকীয়ে অভিযোগ কৰে যে গাওঁখনৰ দুজন যুৱকে তাইক নিশা তাইৰ ঘৰৰ পৰা উঠাই লৈ গৈছিল আৰু তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। ভুক্তভোগীগৰাকীৰ মাতৃয়ে জীয়েকক ৰাতিপুৱা ঘৰত বিচাৰি নাপাই যেতিয়া অনুসন্ধান চলায়, তেতিয়া তাইক কুঁহিয়াৰ খেতি পথাৰত অচেতন হৈ পৰি থকা অৱস্থাত পায়।

পৰিয়ালৰ লোকে তেতিয়া তেওঁক তুলি লৈ ঘৰলৈ লৈ আনে। নিৰ্যাতিতাগৰাকীয়ে গোটেই ঘটনাটো তাইৰ পিতৃ-মাতৃৰ আগত বৰ্ণনা কৰাৰ পিছত আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰা হয়।

আৰক্ষী অধীক্ষক দিনেশ পি-য়ে কয় যে যদিও মূল অভিযুক্তজনৰ সহযোগীক জিম্মাত লোৱা হৈছে আৰু আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ এটা দল গঠন কৰা হৈছে। তেওঁকো সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd