• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনত পৰাজয়! ছুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2022 8:57 pm
মাগদালেনা এণ্ডাৰছন।

মাগদালেনা এণ্ডাৰছন।

131
VIEWS
Share on FacebookShare on Twitter

ছুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনে দেওবাৰৰ নিৰ্বাচনত তেওঁৰ চৰকাৰ পৰাজিত হোৱাৰ পিছত পদত্যাগ কৰিছে।

মাগদালেনা এণ্ডাৰ্ছনৰ ছ’চিয়েল ডেমক্ৰেটিক পাৰ্টিয়ে সোঁপন্থী দলটোৰ হাতত সামান্যভাৱে পৰাজিত হয়। বিৰোধীৰ ১৭৬ খন আসনৰ বিপৰীতে তেওঁৰ দলে ১৭৩ খন আসন লাভ কৰে।

মডাৰেট পাৰ্টিৰ নেতা উলফ ক্ৰিষ্টাৰ্ছনে এতিয়া চৰকাৰ গঠন কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: ক্ষুব্ধ চীন! টাইৱানকলৈ ঐতিহাসিক সিদ্ধান্ত ল’ব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই!

উল্লেখ্য যে বুধবাৰে ষ্টকহোমত এখন সংবাদমেলত কৈছিল মাগদালেনা এণ্ডাৰছনে যে তেওঁ বৃহস্পতিবাৰে পদত্যাগ পত্ৰ দাখিল কৰিব। দেওবাৰে অনুষ্ঠিত ছুইডেনৰ সাধাৰণ নিৰ্বাচনত ৰক্ষণশীল দলসমূহৰ এক মিত্ৰজোঁট শাসকীয় দলতকৈ সামান্য ব্যৱধানত বিজয়ী হয়।

দেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনে কালি কৈছিল যে চূড়ান্ত ফলাফল ঘোষণা হোৱাৰ আগতে তেওঁ পদত্যাগ কৰিব।

তেওঁ কয়, “সংসদত, ৰক্ষণশীলসকল এক বা দুখন আসনত আমাতকৈ আগবাঢ়ি থাকিব। যদিও ব্যৱধানটো কম, ই সংখ্যাগৰিষ্ঠতা সূচায়। গতিকে মই নিৰ্বাচনৰ ফলাফল গ্ৰহণ কৰিছো আৰু পদটো এৰিবলৈ সিদ্ধান্ত লৈছো।‘’

প্ৰধানমন্ত্ৰী মাগদালেনা এণ্ডাৰছনৰ নেতৃত্বত ছ’চিয়েল ডেমক্ৰেটিক পাৰ্টিয়ে বুধবাৰে ৯৯ শতাংশ সমষ্টিৰ গণনা কৰাৰ পিছত ৩৪৯ খন আসনৰ ভিতৰত ১৭৩ খন আসন লাভ কৰে। আনহাতে, মধ্যপন্থী, ছুইডেন ডেমক্ৰেট, খ্ৰীষ্টান ডেমক্ৰেট আৰু লিবাৰেলৰ মিত্ৰজোঁটে ১৭৬ খন আসন লাভ কৰে।

লগতে পঢ়ক: Vladimir Putin: পুটিনক হত্যাৰ ষড়যন্ত্ৰ! মাৰাত্মক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি

যোৱা বছৰ নৱেম্বৰত ষ্টিফান লফভেনৰ পদত্যাগৰ পিছত ছ’চিয়েল ডেমক্ৰেটিক পাৰ্টিৰ নেত্ৰী মাগদালেনা এণ্ডাৰছন ছুইডেনৰ প্ৰধানমন্ত্ৰী হৈছিল। প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ আগতে মাগদালেনা সাত বছৰ ছুইডেনৰ বিত্ত মন্ত্ৰী আছিল।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd