• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বিশাল দলীয় সভাত ভাগ ল’বলৈ ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব জে পি নাড্ডা আৰু অমিত শ্বাহ

বিজেপিৰ ৰাজ্যিক সভাপতি পদত থাকিব ভৱেশ কলিতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2022 5:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী:  অহা ৮ অক্টোবৰত গুৱাহাটীত বিজেপিৰ দলীয় কাৰ্যকৰ্তাৰ এক বিশাল সন্মিলন খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব। প্ৰায় ৪০ হাজাৰ দলীয় দায়িত্বত থকা কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখনত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী’ ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখ্য মুখপাত্ৰ তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাই এই কথা জানিবলৈ দিছে।

আনহাতে, বিবৃতিটোত তাছাই কয় যে ‘’২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিবাৰ্চনৰ বাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বতেই দলে সাংগঠনিক কামকাজ ব্যাপক কাৰ্যসূচীৰে সৰ্বব্যাপী আৰু সৰ্বস্পৰ্শী নীতিৰ আধাৰত আগবঢ়াই নিছে।”

Apply Now

লগতে পঢ়ক: মোডী মন্ত্ৰীসভাৰ সদস্য নাৰায়ণ ৰাণেৰ ঘৰৰ অবৈধ অংশ দুসপ্তাহৰ ভিতৰত ভঙাৰ নিৰ্দেশ বোম্বাই উচ্চ ন্যায়ালয়ৰ

মুখপাত্ৰজনে স্পষ্টভাৱে কয় যে বৰ্তমানে ৰাজ্যিক সভাপতি সলনি হোৱাৰ কোনো চিন্তাচৰ্চা দলৰ মজিয়াত হোৱা নাই।

একাংশ সংবাদ মাধ্যমে ৰাজ্যিক সভাপতি সলনি হব বুলি ভিত্তিহীন তথ্যৰ আধাৰত বাতৰি পৰিৱেশন কৰি আহিছে বুলি উল্লেখ কৰি তাছাই এনে ভিত্তিহীন বাতৰিক গুৰত্ব প্ৰদান নকৰিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে সংবাদ মাধ্যমকো তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশনৰ বাবে আহ্বান জনায়।

মুখপাত্ৰ তাছাই ভৱেশ কলিতাই বিজেপিৰ সভাপতি হৈ থাকিব বুলি স্পষ্ট কৰি দি কয় যে ৰাজনৈতিক নেতৃত্ব পৰিৱৰ্তনক লৈ দলৰ শীৰ্ষ মহলত কোনো ধৰণৰ চিন্তা-চৰ্চা হোৱা নাই।

ইপিনে, সভাপতি পৰিৱৰ্তনকলৈ বিভিন্ন মহলত চলি থকা চৰ্চা সম্পৰ্কতো মন্তব্য কৰি তাছাই ৰাজ্যখনত বিজেপিৰ শক্তিশালী স্থিতিৰ কথা দাঙি ধৰি কয়, ‘’দলৰ বিশালতাৰ মাজত কেতিয়াও পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰ উজনি-নামনি, উত্তৰপাৰ-দক্ষিণপাৰ আদিৰ বিষয়ে কোনো চিন্তাই নহয়। দলৰ মঞ্চত প্ৰতিজন কাৰ্যকৰ্তাৰে নিশ্চিত আৰু নিৰ্ধাৰিত ভূমিকা থাকে। দলীয় সিদ্ধান্ত অনুসৰিয়েই প্ৰতিজন কাৰ্যকৰ্তাই নিজৰ নিজৰ দায়িত্ব পালন কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিয়ে সংগঠনৰ বিষয়ত ক্ষেত্ৰ তথা অঞ্চল ভিত্তিক কোনো বিষয় কেতিয়াও চৰ্চা নকৰে। বৰঞ্চ সকলো অঞ্চলকে সমান গুৰুত্ব দি সংগঠন শক্তিশালী কৰাতহে দলে গুৰুত্ব দি আহিছে।‘’

লগতে পঢ়ক: অৱশেষত ‘নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ’ অনা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন

‘’ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন আটাইতকৈ প্ৰভাৱী আৰু শক্তিশালী বুলি চিহ্নিত হৈছে। সেয়ে একাংশ লোকে অসম বিজেপিত উজনি-নামনিৰ মাজত মত বিৰোধ থকা বুলি চলোৱা প্ৰচাৰো গোকাট মিছা আৰু একেবাৰে ভিত্তিহীন,’’-বিবৃতিটোত মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাই কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd