• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ জিম্মাত মাহচা আমিনীৰ মৃত্যুৰ প্ৰতিবাদত জ্বলিছে ইৰান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 23, 2022 6:14 pm
325
VIEWS
Share on FacebookShare on Twitter

ইৰাণত মহিলাৰ তীব্ৰ বিক্ষোভ৷ হিজাব পৰিধান নকৰাৰ বাবে এগৰাকী মহিলাৰ গ্ৰেপ্তাৰ আৰু তাৰ পাছত মৃত্যুৰ ঘটনাই ইৰাণৰ লগতে গোটেই বিশ্বকে কঁপাই তুলিছে৷ ইৰাণৰ ঘটনাৰ ওপৰত জাহ্নৱী বৰুৱাৰ ইংৰাজী ৰিপৰ্ট-

উল্লেখ্য হিজাব পৰিধান নকৰাৰ ’অপৰাধ’ত ইৰাণত আৰক্ষীয়ে আটক কৰি নিয়া মাহচা আমিনী নামৰ এগৰাকী ২২ বছৰীয়া মহিলাৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি এতিয়া দেশ খনত প্ৰতিবাদৰ দাবানল জ্বলি উঠিছে। আমিনাৰ মৃত্যুৰ প্ৰতিবাদত বহু মহিলাই নিজৰ চুলি কাটি প্ৰতিবাদ সাৱস্ত্য কৰাৰ লগতে হিজাব জ্বলাই দিয়ে। ইৰানৰ এগৰাকী সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী মাছিহ আলিনেজাদে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত মহিলাসকলে চুলি কাটি থকাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “আৰক্ষীয়ে মাহচা আমিনীক হত্যাৰ প্ৰতিবাদত ইৰানী মহিলাসকলে চুলি কাটি আৰু হিজাব জ্বলাই তেওঁলোকৰ ক্ষোভ উজাৰি দিছে।”

তেওঁ লগতে লিখিছে”৭ বছৰ বয়সৰ পৰা যদি আমি চুলি ঢাকি নাৰাখোঁ তেন্তে আমি বিদ্যালয়লৈ যাব নোৱাৰো বা চাকৰি নাপাওঁ। লিংগ বৈষম্যমূলক শাসনৰ মাজত থাকি আমি অতিষ্ঠ হৈ পৰিছো”

উল্লেখ্য আমিনীৰ মৃত্যুৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীৰ ওপৰত কেইদিনমান পূৰ্বে নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰিছিল। ফলত বহু মহিলা আহত হৈছিল।

মানৱ অধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেলে এই বুলি বিবৃতি প্ৰকাশ কৰিছে, “২২ বছৰীয়া যুৱতী মাহচা আমিনীৰ জিম্মাত সন্দেহজনক মৃত্যুক সহজভাবে ল’ব নোৱাৰি। আৰক্ষীৰ জিম্মাত তেওঁক হয়তো অত্যাচাৰ আৰু অন্যান্য দুৰ্ব্যৱহাৰৰ কৰা হৈছিল, ঘটনাটোৰ তদন্ত কৰিব লাগে।”

Recent News

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; জনালে অজিত ডোভালে

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

কোনো ৰাজ্যই আদৰ্শ কাৰাগাৰ আৰু সংশোধনী সেৱা আইন, ২০২৩ কাৰ্যকৰী কৰা নাইঃ কেন্দ্ৰীয় চৰকাৰ

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd