• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে বন্ধ কৰিব পাৰিব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ’: ৰাষ্ট্ৰসংঘৰ মজিয়াত কোনে ক’লে এই কথা?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 23, 2022 7:43 pm
a modi_ji_660_2503
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ অধিক বিধ্বংসী হৈ পৰিছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ । বহুতে এই যুদ্ধকলৈ তৃতীয় বিশ্বযুদ্ধৰো আশংকা কৰিছে। মস্কোৰ বিৰুদ্ধে নিষেধাজ্ঞাই কোনো কাম কৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ বাবে আৰু ২৭০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে, যাৰ ভিতৰত আছে অত্যাধুনিক ড্ৰোনৰ যোগানো।এনে প্ৰশ্ন উঠি থকাৰ সময়তে আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত মেক্সিকোৰ প্ৰতিনিধিয়ে এক তাৎপৰ্যপূণ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে হেনো ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰিব পাৰিব। মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে যুদ্ধ বন্ধ কৰাৰ বাবে ৰাষ্ট্ৰসংঘক এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ দিছে। সেই সমিতিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পোপ ফ্ৰান্সিছক ৰখাৰ লগতে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে এই আলোচনাত মধ্যস্থতা কৰিব লাগে বুলি তেওঁ কয়। বুলি মেক্সিকোৰ প্ৰতিনিধিয়ে কয়। আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত এই প্ৰস্তাৱটো দিয়ে মেক্সিকোৰ মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে ।প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনকঅলপতে সাক্ষাৎ কৰাৰ কেইদিনমান পিছতে এনে ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। পুটিনক সাক্ষাতৰ সময়ত মোদীয়ে এইবুলি কৈছিল “আজিৰ যুগ যুদ্ধৰ যুগ নহয়”। মোদীৰ এনে মন্তব্যৰ পিছতে মোদীয়ে পুটিনক যুদ্ধ বন্ধ কৰিবলৈ সৈমান কৰিব পাৰিব বুলি মেক্সিকোৰ বৈদেশিক মন্ত্ৰী কাচাউবনে ধাৰণা কৰিছে।

Apply Now

ৰাছিয়া-ইউক্ৰেইনৰ মাজত লগা যুঁজ খন এতিয়া কেৱল দুখন দেশৰ মাজৰ যুঁজ হৈ থকা নাই। এই যুদ্ধই বিশ্বৰ আন বহু দেশৰ ৰাজনৈতিক তথা কূটনৈতিক ক্ষেত্ৰ খনতো ব্যাপক প্ৰভাৱ পেলাইছে। বিশ্বৰ বহু দেশে ৰাছিয়াক সমৰ্থন কৰাৰ বিপৰীতে বহু দেশে আকৌ ইউক্ৰেইনৰ সমৰ্থনত থিয় দিছে।

আজাৰবাইজানে এই যুদ্ধৰ সময়ত সময়ত ৰাছিয়াৰ সপক্ষে থিয় দিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত যুদ্ধবিৰতিৰ পৰিবেশ ৰচনা কৰাৰ কৃতজ্ঞতা স্বৰূপেই আজাৰবাইজানে ৰাছিয়াক মৌন সমৰ্থন জনাইছে।

ৰাছিয়াৰ প্ৰতি ইৰাণৰো সমৰ্থন থকাৰ কথা বিভিন্ন মহলত আলোচনা হৈছে।

ৰাছিয়াই ইৰানক অস্ত্ৰৰ যোগান ধৰিছিল আৰু চিৰিয়াৰ যুদ্ধৰ সময়ত ইৰানৰ সৈতে সহযোগিতা কৰিছিল।
সেয়ে ইৰাণে ৰাছিয়াক আন্তৰিকতাৰে সমৰ্থন কৰিব বুলি আশা কৰা হৈছে।

তদুপৰি ইৰানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই নিষেধাজ্ঞা আৰোপ কৰি থৈছে। সেয়ে আমেৰিকাই সমৰ্থন কৰা ইউক্ৰেইনক ইৰানে সমৰ্থন কৰাৰ প্ৰশ্নই নুঠে।

ইউক্ৰেইন আক্ৰমণৰ প্ৰসংগত চীনেও ৰাছিয়াক আনে দেখাকৈ নহ’লেও পৰোক্ষ ভাবে সমৰ্থন জনাইছে। চীনে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভোটদানৰ পৰা বিৰত আছে। দৰাচলতে চীন ৰাছিয়াৰ অন্যতম মুখ্য বাণিজ্যিক অংশীদাৰ। যোৱা কেইবছৰমানৰ পৰা মস্কোৱে বেইজিংৰ সৈতে ইয়াৰ বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰি তুলিছে।

সামৰিক বাহিনীৰ তথা মহাকাশ সম্পৰ্কীয় কাৰ্যসূচীত চীনে ৰাছিয়াৰ সৈতে বহু সময়ত সহযোগিতাৰে কাম কৰিছে।
বেলাৰুছ, আৰ্মেনিয়া, কাজাখস্তান, কিৰগিজস্তান আৰু কিৰগিজস্তানকে ধৰি যিবোৰ দেশ এসময়ত ছোভিয়েট ইউনিয়নৰ অংশ আছিল সেইবোৰ দেশেও ৰাছিয়াৰ কাষত থিয় দিয়াৰ সম্ভাৱনা প্ৰৱল।

পুটিনক সমৰ্থন আগবঢ়াইছে ৰাছিয়াৰ ঘনিষ্ঠ সহযোগী কিউবাই। ইপিনে ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে থকা সুসম্পৰ্কৰ বাবে ভাৰতে নিৰপেক্ষ স্থিতি বজাই ৰাখিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd