• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ গৃহবন্দিত্বৰ ’খবৰ’কলৈ উত্তাল ছ’চিয়েল মিডিয়া, কোন এই জেনেৰেল লি কিয়াওমিং?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 25, 2022 8:33 pm
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ গৃহবন্দিত্বৰ ’খবৰ’কলৈ  উত্তাল ছ’চিয়েল মিডিয়া, কোন এই জেনেৰেল লি কিয়াওমিং?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং বেইজিঙত গৃহবন্দী হৈ থকা বুলি একাংশ সংবাদমাধ্যমত প্ৰকাশিত বাতৰিকলৈ মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে। বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়েও বিষয়টোকলৈ টুইট কৰিছে ।চীনৰ লি কিয়াওমিং নামৰ সেনা প্ৰধানজনৰ নেতৃত্বতে জিনপিঙক গৃহবন্দী কৰা বুলি ছ২চিয়েল মিচায়াত চৰ্চা হৈছে। কিন্তু কোন এই সেনা জেনেৰেলে ?
ছ’চিয়েল মিডিয়াত বিয়পি পৰা উৰাবাতৰিসমূহ চীনৰ পৰাই উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হৈছে।

উৰাবাতৰি মতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং সামৰিক অভ্যুত্থানৰ ভাবুকিৰ সন্মুখীন হৈছে, আৰু এজন শক্তিশালী সামৰিক জেনেৰেল লি কিয়াওমিঙক দেশৰ ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত কৰা হ’ব। চীনা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ আটাইতকৈ জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত থকা লি কিয়াওমিংয়ে ছেপ্টেম্বৰ ২০১৭ ৰ পৰা নৰ্দাৰ্ণ থিয়েটাৰ কমাণ্ডৰ কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।কিয়াওমিংয়ে চীনা সেনাৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছে, যাৰ ভিতৰত আছে ৩৬৪ ৰেজিমেণ্টৰ কমাণ্ডাৰ, ৩৬১ ৰেজিমেণ্টৰ চিফ অফ ষ্টাফ আদি ।

কমাণ্ডাৰ লি কিয়াওমিং চীনৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য৷ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক গৃহবন্দী কৰি ৰখাৰ উৰাবাতৰি, আৰু দেশখনত এক সম্ভাৱ্য অভ্যুত্থান সংঘটিত হোৱাৰ উৰাবাতৰিক লৈ ছ’চিয়েল মিডিয়া তৎপৰ হৈ পৰিছে এক বিশেষ ঘটনাৰ পিছত। চীনৰ দুজন প্ৰাক্তন মন্ত্ৰীক দুৰ্নীতিৰ বাবে দণ্ডিত কৰাৰ এসপ্তাহ পিছত এনে উৰা বাতৰি বিয়পি পৰিছে। ।উল্লেখ্য, এই উৰাবাতৰিটোৱে বেছি দ্ৰুত গতিত বিয়পি পৰে যেতিয়া চীনা কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলে তেওঁক পিপলছ লিবাৰেচন আৰ্মীৰ মুৰব্বী পদৰ পৰা আঁতৰাই দিয়াৰ পিছত তেওঁক গৃহবন্দী কৰা বুলি কেইবাটাও চীনা ছ’চিয়েল মিডিয়া হেণ্ডেলে টুইট কৰে ।

 

 

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd