• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বলীউদৰ বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফালকে বঁটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 4:34 pm
168
VIEWS
Share on FacebookShare on Twitter

Asha Parekh to be honoured with Dadasaheb Phalke Award বলীউদৰ বৰ্ষীয়ান অভিনেত্ৰী আশা পাৰেখক প্ৰদান কৰা হ’ব দাদাচাহেব ফালকে বঁটা। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগলৈ তেওঁৰ অসামান্য অৱদানৰ বাবে এই সৰ্বোচ্চ সন্মান লাভ কৰিব। শেষবাৰৰ বাবে ২০১৯ চনত এই বঁটা লাভ কৰিছিল।

যোৱা দুবছৰত কৰোনাৰ বাবে এই বঁটা ঘোষণা কৰা হোৱা নাছিল। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা জানিবলৈ দি কয়, “আশা পাৰেখে এই বছৰ দাদাচাহেব ফালকে বঁটা লাভ কৰিব।‘’

‘আসমান’ বোলছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল আশা পাৰেখে। তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ‘দো বদন’, ‘উপকাৰ’, ‘কাৰাভান’, ‘দিল দেকে দেখো’, ‘জব প্যাৰ কিচি চে হোতা হে’, ‘ফিৰ ৱোহি দিল লয়া হু’, ‘তিচৰি মঞ্জিল’, ‘বাহাৰো কে স্বপনে’, ‘প্যাৰ কা মৌচম’।

আশা পাৰেখে পাঞ্জাৱী চলচ্চিত্ৰত ধৰ্মেন্দ্ৰ আৰু দাৰা সিঙৰ বিপৰীতেও অভিনয় কৰিছে।

আশা পাৰেখে ১৯৫০ চনৰ পৰা ১৯৭৩ চনলৈ হিন্দী চলচ্চিত্ৰত কাম কৰিছিল। ১৯৯২ চনত তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।

আশা পাৰেখক শেষবাৰৰ বাবে ১৯৯৯ চনত ‘চাৰ আখোঁ পৰ’ত দেখা গৈছিল।

Recent News

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd