• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোৱাণ্টাম বলবিজ্ঞানৰ গৱেষণাৰ বাবে তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 5, 2022 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকন’লজীৰ অধ্যাপক জন ফ্ৰান্সিছ ক্লাউচাৰ, পেৰিছৰ ইকোল পলিটেকনিকৰ অধ্যাপক এলান এস্পেক্ট আৰু ভিয়েনা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এণ্টন জাইলিংগাৰে লাভ কৰিছে এইবছৰৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা।

কোৱাণ্টাম বলবিজ্ঞানৰ বিষয়ত চলোৱা সুদূৰ প্ৰসাৰী গৱেষণাৰ বাবে বিজ্ঞানী তিনিগৰাকীলৈ ন’বেল বঁটা প্ৰদান কৰা হৈছে।তেওঁলোক তিনিওজনে ১০ নিযুত চুইডিছ ক্ৰ’নাৰৰ (প্ৰায় এক নিযুত ডলাৰ) পুৰস্কাৰ সমানে ভগাই ।সহজ ভাষাত ক’বলৈ গ’লে, তেওঁলোক কোৱাণ্টাম বলবিজ্ঞানক এক নতু মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে ‘কোণযুক্ত কণা’ৰ সৈতে কাম দীৰ্ঘদিন ধৰি গৱেষণা অব্যাহত ৰাখিছিল। কেনেবাকৈ দুটা কণাৰ সংঘৰ্ষ হ’লে এটাৰ আনটোৰ পৰা আঁতৰি যায়। কিন্তু সেই দুটা কণাই সময়ত এটা পিণ্ড হিচাপেও কাম কৰিব পাৰে। অৰ্থাৎ সেইবোৰৰ ধৰ্ম যিয়েই নহওঁক, সময়ত অটোৱে সিটোৰ ধৰ্মৰ ঠিক বিপৰীত হ’ব।

Apply Now

১৯৩৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজত গৱেষণা কৰি থকাৰ আইনষ্টাইনেও একেধৰণৰ কথাই লক্ষ্য কৰিছিল। সময়ত তেওঁ দ্য ফাইনেন্সিয়েল ৰিভিউ আলোচনীত বৰিছ পোডলস্কি আৰু নাথান ৰোজেনৰ সৈতে এখন থেচিছ লিখিছিল।কণাৰ ধৰ্মৰ পৰিৱৰ্তনক বহু বিজ্ঞানীয়ে হিডেন ভেৰিয়েবল থিয়ৰী বুলিও কৈ আহিছে।

১৯৭২ চনত ক্লাউচাৰ তেতিয়া এজন ৩০ বছৰীয়া গৱেষক আছিল। তেতিয়া তেওঁ প্ৰথমে বলৰ বৈষম্য প্ৰমাণ কৰিছিল – অৰ্থাৎ কোৱাণ্টাম বলবিজ্ঞান- সঁচা প্ৰমাণিত হৈছিল। তাৰ পিছত ১৯৮২ চনত ক্লাউচাৰৰ পৰীক্ষাত কিছুমান ত্ৰুটি আৰু বিচ্যুতি ধৰা পৰিছিল।

নবেল পদাৰ্থ বিজ্ঞান সমিতিৰ অধ্যক্ষ এণ্ডাৰ্ছ আৰ্বেকে এখন সংবাদমেলত তিনিওজন বিজয়ী বিজ্ঞানীৰ কথা ঘোষণা কৰে। তেওঁ লগতে কয় ’কোৱাণ্টাম বলবিজ্ঞান আচহুৱা যেন লাগিলেও ইয়াৰ যথেষ্ট ব্যৱহাৰিক প্ৰয়োগ আছে। কোৱাণ্টাম বলবিজ্ঞান এতিয়া এক সম্পূৰ্ণ প্ৰযুক্তি’।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd