• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত উৎপাদিত কাফ চিৰাপ সেৱন কৰি ৬৬ টা শিশুৰ মৃত্যু, চাৰিজনীয়া পেনেলে পৰীক্ষা কৰিব প্ৰতিবেদন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 14, 2022 8:49 pm
125
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ এখন সৰু দেশ গাম্বিয়াত ভাৰতত প্ৰস্তুত কৰা কাফ চিৰাপ খোৱাৰ ফলত ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত নিৰ্মিত মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেড কাফ চিৰাপৰ বিৰুদ্ধে সতৰ্কবাণী জাৰি কৰি কৈছিল যে তেনে কাফ চিৰাপে শুশুৰ কিডনী বিকল কৰি পেলাইছিল। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰাপ্ত কৰা অস্থায়ী ফলাফল অনুসৰি পৰীক্ষা কৰা সামগ্ৰীৰ ২৩ টা নমুনাৰ ভিতৰত চাৰিটা নমুনাত ডায়েথিলিন গ্লাইকল/ইথিলিন গ্লাইকল থকা দেখা গৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে গাম্বিয়াৰ বিদেশ মন্ত্ৰী ড০ মামাডু টাংগাৰাৰ সৈতে কথা পাতিছে আৰু ভাৰতত উৎপাদিত বিষাক্ত কাফ চিৰাপৰ সৈতে সম্পৰ্কিত শিশুৰ মৃত্যুৰ বিষয়ত সমবেদনা জ্ঞাপন কৰিছে। তেওঁ টাংগাৰাক আশ্বাস দিছে যে ঘটনাটোৰ তদন্ত কৰা হৈছে ভাৰতৰ উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা ভাৰতত নিৰ্মিত কাফ চিৰাপকলৈ সতৰ্ক হোৱা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিতং প্ৰতিবেদন পৰীক্ষা কৰিবলৈ কেন্দ্ৰই চাৰি জনীয়া পেনেল গঠন কৰিছে।

সমিতিখনৰ অধ্যক্ষতা কৰিব ঔষধ সম্পৰ্কীয় স্থায়ী ৰাষ্ট্ৰীয় সমিতিৰ উপাধ্যক্ষ ড০ ৱাই কে গুপ্তাই। আন সদস্যসকল হৈছে ড০ প্ৰজ্ঞা ডি যাদৱ, এনআইভি, আইচিএমআৰ, পুনে, ড০ আৰতি বহেল, এপিডেমিঅ’লজী বিভাগ, এনচিডিচি, নতুন দিল্লী, আৰু এ.কে. প্ৰধান, জে.ডি.চি.(আই.), চি.ডি.এছ.চি.ও. । বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাক (চিডিএছচিঅ’) মৃত্যুৰ সঠিক কাৰণ সম্পৰ্কত তথ্য প্ৰদান কৰা নাই।

ভাৰতে এই সন্দৰ্ভত বিশ্বস্বাস্থ্য সংস্থাক দুবাৰকৈ অনুৰোধ জনাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা আনন্দ শৰ্মাই শুকুৰবাৰে গাম্বিয়াত এটা ভাৰতীয় প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কাফ চিৰাপ সেৱনৰ ফলত শিশুৰ মৃত্যুক লৈ কেন্দ্ৰক আক্ৰমণ কৰে, আৰু চৰকাৰক দায়বদ্ধতা হ’বলৈ কয়। বিশ্ব স্বাস্থ্য সংস্থাই বুধবাৰে সতৰ্ক কৰি দিছিল যে হাৰিয়ানাৰ সোনেপতস্থিত মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেডে প্ৰস্তুত কৰা চাৰিটা “দূষিত” আৰু “নিম্নমানৰ” কাফ চিৰাপ শিশুসকলৰ মৃত্যুৰ বাবে দায়ী হ’ব পাৰে।হাৰিয়ানা চৰকাৰে মেডেন ফাৰ্মাচিউটিকেলছ লিমিটেডক কাফ চিৰাপৰ মুঠ উৎপাদন বন্ধ কৰাৰ নিৰ্দেশ দিছে। কোম্পানীটোক ১২ টা নিয়ম উলংঘনৰ বাবেও কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰা হৈছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অনিল ভিজে এই কথা প্ৰকাশ কৰিছে।

কাফ চিৰাপৰ কলকাতাৰ কেন্দ্ৰীয় ঔষধ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd