• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ প্ৰথমটো খোজঃ মধ্য প্ৰদেশৰ পৰাই আৰম্ভ হ’ল হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষাদান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 16, 2022 3:10 pm
85
VIEWS
Share on FacebookShare on Twitter

বহু বাদ-প্ৰতিবাদৰ পিছতো হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ বিষয়টোত চৰকাৰ আঁকোৰগোঁজ হৈ আছে। তাৰেই উমান পোৱা গ’ল মধ্য প্ৰদেশত ।

ৰাজ্য খনত আজি হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষাদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল।
ৰাজ্য খনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্যৰ চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস কৈলাশ চাৰোও উপস্থিতিত দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত লিখা চিকিৎসা বিজ্ঞানৰ কিতাপ আজি মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

অনুষ্ঠানত অমিত শ্বাহে কয়, “আজিৰ দিনটো দেশৰ শিক্ষাখণ্ডত অতি গুৰুত্বপূৰ্ণ দিন হ’ব। যেতিয়াই আগন্তুক দিনৰ ইতিহাস লিখা হয়, আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। বিজেপিৰ শিৱৰাজ সিং চৌহানে দেশত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শিকোৱা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ইচ্ছাক স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাত শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। “

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, “আজি অমিত শ্বাহে দৰিদ্ৰ লোকসকলৰ সন্তানৰ বাবে এক নতুন পুৱাৰ সূচনা কৰিছে। বহুতেই চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে। কিন্তু ইংৰাজীৰ ফান্দত পৰাৰ পিছত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে বহুতে পঢ়া শুনা এৰিবলৈ বাধ্য হৈছিল”।

Recent News

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd