• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কইম্বাটুৰ বোমা বিস্ফোৰণৰ গোচৰত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2022 6:09 pm
Coimbatore car blast
115
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ কইম্বাটুৰৰ এটা মন্দিৰৰ বাহিৰত শেহতীয়াকৈ হোৱা গাড়ী বিস্ফোৰণত জড়িত থকাৰ অভিযোগত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে তামিলনাডু আৰক্ষীয়ে।

উক্কাদম অঞ্চলৰ এটা মন্দিৰৰ ওচৰত নিজৰ গাড়ীৰ ভিতৰত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জামিশা মুবিন নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল।

ঘটনাৰ পিছতে আৰক্ষীয়ে এই বিস্ফোৰণৰ সৈতে সন্ত্ৰাসবাদীৰ সম্পৰ্ক থকাৰ সন্দেহত তদন্ত আৰম্ভ কৰিছিল। প্ৰাথমিক তদন্তত বিস্ফোৰণ হোৱা গাড়ীখনৰ ভিতৰত দুটা চিলিণ্ডাৰ আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

ইফালে মৃত জামিশা মুবিনৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি মুবিনৰ তিনি বন্ধু ক্ৰমে, নৱাজ ইছমাইল, ফিৰোজ ইছমাইল আৰু মহম্মদ ৰিয়াজে তেওঁক চিলিণ্ডাৰ আৰু কম তীব্ৰতাৰ বিস্ফোৰক সামগ্ৰী গাড়ীত লোড কৰাত সহায় কৰিছিল।

তিনিও বন্ধুৱে মুবিনৰ পৰিকল্পনাৰ বিষয়ে পূৰ্বৰে পৰা জনাৰ পিছতো তেওঁক সহায় কৰিছিল বুলি আৰক্ষীয়ে অভিযোগ কৰিছে। আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে মহম্মদ আজহাৰুদ্দিন নামৰ আন এগৰাকী সন্দেহযুক্ত ব্যক্তি এই পৰিকল্পনাত জড়িত আছিল।

থালকা নামৰ আন এগৰাকী স্ক্ৰেপ ডিলাৰে অভিযানটোৰ বাবে বিনামূলীয়াকৈ এখন পুৰণি মাৰুতি গাড়ী দি সহায় কৰিছিল বুলি আৰক্ষীয়ে লগতে প্ৰতিবেদনত উল্লেখ কৰিছে।

উল্লেখ্য যে, কলম্বো ইষ্টাৰ বোমা বিস্ফোৰণৰ সন্দেহযুক্ত নেতাৰ সৈতে সু-সম্পৰ্ক থকাৰ অভিযোগত কেৰালাত গ্ৰেপ্তাৰ কৰা এগৰাকী ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষাৰ বাবে ২০১৯ চনত নিয়া (NIA)ই মুবিনক জেৰা কৰিছিল।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd