• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুলৰ উদ্যোগত ‘প্ৰশ্নম-২০২২’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি কুইজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2022 6:35 pm
Old Boys Association of Sainik School Goalpara
159
VIEWS
Share on FacebookShare on Twitter

অসমৰ অন্যতম সন্মানীয় ৰাজহুৱা বিদ্যালয়, গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সংগঠন “অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা” (OBASSG)ৰ উদ্যোগত “প্ৰশ্নম-২০২২” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হৈছে।

প্ৰস্তাৱিত বাৰ্ষিক কুইজ অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে এই ধৰণৰ ফিডাৰ বিদ্যালয়সমূহৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। অহা ৯ নৱেম্বৰত গুৱাহাটীৰ মাছখোৱাস্থিত আই.টি.এ প্ৰেক্ষাগৃহত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

১৬ বৰ্ষৰ উৰ্ধৰ যিকোনো লোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। “অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা”ই এক্সেল পাব্লিক স্কুলৰ সৈতে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক ২৫,০০০- টকা প্ৰদান কৰা হ’ব। সেইদৰ দ্বিতীয় স্থান লাভ কৰা অংশগ্ৰহণকাৰীক ২০,০০০ টকা প্ৰদান কৰা হ’ব। আনহাতে তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীয়ে লাভ কৰিব ১৫,০০০ টকাৰ পুৰস্কাৰ।

উল্লেখ্য যে এই বিদ্যায়তনিক অনুষ্ঠানটোৰ আনুষ্ঠানিক মিডিয়া অংশীদাৰ হিচাপে আছে ‘নৰ্থইষ্ট নাও’।

বৰ্তমান ৬০০০ তকৈও অধিক সদস্য থকা “অ’ল্ড বয়জ এছ’চিয়েচন অফ সৈনিক স্কুল, গোৱালপাৰা” নামৰ এই প্ৰাক্তন ছাত্ৰৰ সংস্থাটোত প্ৰতিটো বৰ্ষতে ক্ৰমান্বয়ে শতাধিক সদস্য সংখ্যা বৃদ্ধি পাই আহিছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd