• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ উত্তেজনাৰ মাজতে ৮ নৱেম্বৰত ৰাছিয়া ভ্ৰমণ কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2022 3:12 pm
193
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত এতিয়া তুমুল যুদ্ধ চলি আছে। ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি শংকাৰ সৃষ্টি হোৱাৰ সময়তে ৰাছিয়া ভ্ৰমণ কৰিব ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে। উল্লেখ্য যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কো ভ্ৰমণ কৰিব ।

এই ভ্ৰমণৰ সময়ত জংশকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে আলোচনা কৰিব।ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয়” ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভাৰভে ৮ নৱেম্বৰত মস্কোত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰিব,” ।

মন্ত্ৰীদুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্ক উন্নীতকৰণ আৰু কেতবোৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিব । অৱশ্যে, জয়শংকৰৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷

এই বছৰৰ ফেব্ৰুৱাৰীত ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতেও কেইবাবাৰো কথা পাতিছিল। এই মাহৰ আৰম্ভণিতে জেলেনস্কিৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মোদীয়ে কৈছিল যে “যুদ্ধৰ সমাপ্তি কোনো সামৰিক পন্থাৰে” হ’ব নোৱাৰে ।

Recent News

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

‘মই কৈছো, লিখি থওক…’, বিহাৰ নিৰ্বাচনক লৈ প্ৰশান্ত কিশোৰৰ বিস্ফোৰক দাবী

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

বহু এণ্ড্ৰইড ফোনত আৰু কাম নকৰিব Google Chrome! আপোনাৰটোও আছে নেকি তালিকাত?

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

‘মাইক্ৰ’-ৰবট’-এআপোনাৰ নাকত প্ৰৱেশ কৰি ধ্বংস কৰিব চাইনাছৰ বীজাণু! প্ৰয়োজন নহ’ব ঔষধৰো

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd