• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মধ্য প্ৰদেশত বাছ-SUV গাড়ীৰ মুখামুখী সংঘৰ্ষত নিহত কমেও ১১ জন

by
November 4, 2022 11:20 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Eleven people killed after bus collides with SUV মধ্য প্ৰদেশৰ বেতুল জিলাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন বাছ আৰু এখন SUV গাড়ীৰ মাজত সংঘৰ্ষত কমেও ১১ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে।

বাতৰি অনুসৰি, মধ্য প্ৰদেশৰ বেতুল জিলাৰ ঝালহাৰ আৰক্ষী থানাৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। আজি পুৱাৰ ভাগত এখন সৰু গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বিপৰীত দিশৰ পৰা অহা এখন বাছত খুন্দা মাৰে। ঘটনাস্থলীতে এঘাৰজন লোকৰ মৃত্যু হৈছে। এজন লোক আঘাতপ্ৰাপ্ত হয়। তেওঁক ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক: পুৱতি নিশা ৰংজুলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন

Apply Now

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত স্থানীয় ঝালাহাৰ আৰক্ষী থানাৰ আৰক্ষী কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয়। লগে লগে আৰম্ভ হয় উদ্ধাৰ অভিযান।

দুৰ্ঘটনাটোত নিহতসকলৰ পৰিচয় উদ্ধাৰ কৰাৰ চেষ্টা চলি আছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে দুয়োখন গাড়ী অতি দ্ৰুত গতিত আছিল বুলি ধাৰণা কৰা হৈছে আৰু সেইকাৰণে দুৰ্ঘটনাটো ঘটিব পাৰে বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা কুঁৱলীৰ বাবে দৃশ্যমানতা হ্ৰাস পোৱাটোও দুৰ্ঘটনাটোৰ কাৰণ হ’ব পাৰে। এই সকলোবোৰ তদন্তৰ পিছত ক’ব পৰা যাব।

লগতে পঢ়ক: ৰাছিয়াৰ নৌবহৰত ড্ৰোন আক্ৰমণ; ব্ৰিটিছ ৰাষ্ট্ৰদূতক মাতি আনি সতৰ্ক কৰি দিলে ৰাছিয়াই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জানিবলৈ দিছে যে মৃতকৰ নিকটাত্মীয়ক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। সেইদৰে আহতৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব। 

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd