• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ নৌবহৰত ড্ৰোন আক্ৰমণ; ব্ৰিটিছ ৰাষ্ট্ৰদূতক মাতি আনি সতৰ্ক কৰি দিলে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2022 10:31 am
মস্কোত ব্ৰিটিছ ৰাষ্ট্ৰদূত ডেবৰা ব্ৰুনেট।

মস্কোত ব্ৰিটিছ ৰাষ্ট্ৰদূত ডেবৰা ব্ৰুনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russia warns UK of dangerous consequences ৰাছিয়াই ব্ৰিটিছ ৰাষ্ট্ৰদূতক মস্কোলৈ মাতি পঠিয়াই কঠোৰ সতৰ্কবাণী শুনাইছে। কৃষ্ণ সাগৰৰ ক্ৰিমিয়াৰ উপকূলত ৰাছিয়াৰ নৌবহৰত ড্ৰোন আক্ৰমণ কৰাৰ ক্ষেত্ৰত ইউক্ৰেইনক সহযোগিতা কৰাৰ অপৰাধত ব্ৰিটেইনক ৰাছিয়াৰ কৰ্তৃপক্ষই  সতৰ্ক কৰি দিছে।

যোৱা সপ্তাহত ক্ৰিমিয়াৰ কৃষ্ণ সাগৰত ৰাছিয়াৰ নৌসেনাৰ ওপৰত কেইবাটাও ড্ৰোন আক্ৰমণ হৈছিল। ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। ব্ৰিটেইনেও ইউক্ৰেইনক আক্ৰমণটোত সহায় কৰা বুলি দাবী কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ৰাছিয়াই বৃহস্পতিবাৰে দেশখনত ব্ৰিটিছ ৰাষ্ট্ৰদূত ডেবৰা ব্ৰুনেটক মাতি পঠিয়ায় আৰু তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

লগতে পঢ়ক: আক্ৰমণৰ আঁৰত কোন? পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফসহ তিনিজনৰ পিনে আঙুলি ইমৰান খানৰ

Apply Now

ৰাষ্ট্ৰদূতক মাতি অনাৰ উপৰিও ৰাছিয়াই ব্ৰিটেইনক বিপদজনক পৰিণামৰ বিষয়ে সতৰ্ক কৰি দিছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কৈছে যে ব্ৰিটেইনৰ এনে ধৰণৰ সংঘৰ্ষমূলক পদক্ষেপে পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত অভূতপূৰ্ব আৰু বিপদজনক পৰিণাম হ’ব পাৰে।

ইয়াৰ আগতে ৰাছিয়াই দাবী কৰিছিল যে ব্ৰিটেইনৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ বিশেষ বাহিনীক প্ৰশিক্ষণ দিছে যাৰ ভিতৰত আছে সাগৰত বিধ্বংসী অভিযানৰ প্ৰশিক্ষণো। বৃহস্পতিবাৰে যেতিয়া ৰাছিয়াত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়লৈ গৈছিল তেতিয়া এদল লোকে ব্ৰিটেইনক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ বুলি শ্লোগান দিয়ে।

লগতে পঢ়ক:অপেক্ষাৰ অন্ত! ‘অৱতাৰ: দ্য ৱে অৱ ৱাটাৰ’ৰ ট্ৰেইলাৰ মুকলি (চাওক ভিডিঅ’)

ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত বিশেষ সামৰিক অভিযান চলাই আছে। আনকি আঠ মাহৰ পাছতো এতিয়ালৈকে যুদ্ধ বন্ধ হোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই। ৰাছিয়াৰ ইউক্ৰেইন অভিযানৰ আৰম্ভণিৰ পৰাই ইউক্ৰেইনক ধন আৰু অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি থকা দেশসমূহৰ ভিতৰত ব্ৰিটেইন অন্যতম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

লামডিঙত আৰক্ষীৰ টহল বাহনৰ ভয়ংকৰ দুৰ্ঘটনা, কৰ্তব্যলৈ উভতি অহাৰ পথতে কনিষ্টবলৰ মৃত্যু; আহত তিনি

October 21, 2026 10:19 pm
আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

আৰ এছ এছক ‘পুৰুষ-প্ৰধান, সংবিধানবিৰোধী’ আখ্যা ৰাহুল গান্ধীৰ; প্ৰত্যুত্তৰ বিজেপিৰ

October 21, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am
২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

২০২৭ চনৰ বিশ্বকাপত খেলিবনে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই? দুয়োৰে অংশগ্ৰহণক লৈ কি ক’লে বিচিচিআইৰ সভাপতিয়ে?

October 22, 2026 7:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd