• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আক্ৰমণৰ আঁৰত কোন? পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফসহ তিনিজনৰ পিনে আঙুলি ইমৰান খানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2022 7:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Imran Khan names three suspects behind his attack প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত হোৱা আক্ৰমণৰ আঁৰত পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফো আছে! বৃহস্পতিবাৰৰ আক্ৰমণৰ পিছত ইমৰান খানে দলৰ নেতাসকলক সন্দেহজনক হিচাপে যি তিনিজনৰ নাম কৈছে তাৰ ভিতৰত শ্বাহবাজো আছে।

পাকিস্তান তেহৰিক-ই ইনচাফ (পিটিআই)ৰ মুৰব্বীয়ে লগতে দাবী কৰে যে এই আক্ৰমণৰ আঁৰত প্ৰধানমন্ত্ৰীৰ উপৰিও অভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহ আৰু মেজৰ জেনেৰেল ফৈজল নাছিৰৰ হাতো আছে। ইমৰানৰ ঘনিষ্ঠ সহযোগী আসাদ উমৰে এই কথা সদৰী কৰে।

লগতে পঢ়ক: সন্ত্ৰাসজৰ্জৰ কাশ্মীৰ: সন্ত্ৰাসবাদীৰ গুলীত কাশ্মীৰত আহত দুই প্ৰব্ৰজিত শ্ৰমিক

Apply Now

এটা ভিডিঅ’ বাৰ্তাত উমৰে দাবী কৰিছে যে ইমৰানে তেওঁলোকক চিকিৎসালয়ৰ পৰা মাতি পঠিয়াইছিল। তাৰ পিছত তেওঁলোকক এই কথা কয়। ইমৰানৰ ওপৰত যে আক্ৰমণ চলোৱা হ’ব সেইটো তেওঁ ইতিমধ্যে খবৰ পাইছিল বুলিও দাবী কৰা হৈছে।

পিটিআই নেতা মিয়ান আছলাম ইকবালৰ কাষত বহি থকা এটা ভিডিঅ’ বাৰ্তাত উমৰে কয়, “তেওঁ (ইমৰান) কৈছে যে এই তিনিজন লোক এই আক্ৰমণত জড়িত আছে। শ্বাহবাজ শ্বৰীফ, ৰাণা ছানাউল্লাহ, মেজৰ জেনেৰেল ফৈজল। উমৰে এইটোও কৈছে যে ইমৰান খানে তেওঁলোকৰ তাৎক্ষণিক পদত্যাগ দাবী কৰিছে। উমৰে দাবী কৰিছে যে ইমৰানে তেওঁলোকক এই তথ্য দেশবাসীক অৱগত কৰিবলৈও কৈছিল।

দৰাচলতে, এই বছৰৰ এপ্ৰিলত ইমৰান খানক পদচ্যুত কৰা হৈছিল। তেতিয়াৰ পৰা পিটিআই ক্ষমতালৈ ঘূৰি আহিবলৈ ব্যাকুল হৈ আছে। ইমৰানৰ অনুগামীসকলে শ্বাহবাজ চৰকাৰক আঁতৰাবলৈ চেষ্টা কৰি আছে। পিটিআইয়ে দেশৰ বিভিন্ন প্ৰান্তত সভা আৰু সমদল অনুষ্ঠিত কৰিছে। শেহতীয়াকৈ ইমৰানৰ দলে সেই দেশৰ উপ-নিৰ্বাচনত সফলতা লাভ কৰিছে।

লগতে পঢ়ক: ৰক্ষকেই ভক্ষক! দুই যুৱকৰ পৰা ৪০ লক্ষাধিক টকা লুণ্ঠন কৰি গ্ৰেপ্তাৰ হ’ল দুই আৰক্ষী, ‘সমাজ সচেতক’সহ চাৰিগৰাকী

আনহাতে, বৃহস্পতিবাৰে পঞ্জাৱ প্ৰদেশত ইমৰানৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত শ্বাহবাজে অভ্যন্তৰীণ মন্ত্ৰীৰ পৰা সম্পূৰ্ণ প্ৰতিবেদন বিচাৰিছে। তেওঁ ইমৰানৰ আশু আৰোগ্য কামনা কৰিছে।

ইমৰান খানে বৃহস্পতিবাৰে আবেলি ৱাজিৰাবাদ জিলাৰ গুজৰানৱালাৰ আলৱালা চ’কত এখন এছইউভিত প্ৰচাৰ চলাই আছিল। তাত তেওঁৰ ওপৰত ছয় ৰাউণ্ড গুলী চালনা কৰা হৈছিল। গুলী ইমৰানৰ সোঁ ভৰিত লাগিছিল। ঘটনাটোত ইমৰান আৰু তেওঁৰ ব্যক্তিগত সহায়ককে ধৰি কেইবাজনো লোক আহত হয়। বৰ্তমান ইমৰান বিপদমুক্ত বুলি কোৱা হৈছে।

سیکرٹری جنرل پاکستان تحریک انصاف اسد عمر اور میاں اسلم اقبال کا عمران خان پر بزدلانہ حملے کے حوالے سے اہم ترین بیان
َ#عمران_خان_ہماری_ریڈ_لاین_ہے pic.twitter.com/AMbSJiZFO2

— PTI (@PTIofficial) November 3, 2022

ইমৰানৰ এজন আক্ৰমণকাৰীৰ ভিডিঅ’ পোহৰলৈ আহিছে। আক্ৰমণকাৰীজনে কৈছিল যে তেওঁ ইমৰানক হত্যা কৰিব বিচাৰিছিল। কাৰণ তেওঁ পাকিস্তানৰ লোকসকলক বিপথে পৰিচালিত কৰিছে। আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰৰ আক্ৰমণত এজন লোক নিহত হৈছিল। তেওঁক ইমৰানৰ দল পিটিআইৰ কৰ্মী বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd