• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মানৱ সম্পদ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত DST-FIST লেৱৰটৰী উদ্বোধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2022 4:59 pm
Girijananda Chowdhury University
111
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ আজাৰাস্থিত নৱস্থাপিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমৰ বিদ্যায়তনিক দিশটোত এক নৱতম সংযোজনৰ দ্বাৰা ইয়াৰ শিক্ষাৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সৰ DST-FIST ৰ দ্বাৰা অনুমোদিত পৰীক্ষাগাৰটিক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰ হিচাপে উত্তোৰন কৰাৰ বাবে এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰামৰ্শক প্ৰফেছাৰ কন্দৰ্প দাস, আইআইটি, গুৱাহাটীৰ প্ৰফেছাৰ উৎপল বৰা, বিজ্ঞানী পি.চট্টোপধ্যায় (ডিআৰ‌এল, তেজপুৰ) গুৱাহাটী আইএচ‌এচটিৰ বিজ্ঞানী প্ৰফেছাৰ ৰাজলক্ষ্মী দেৱী, পশু চিকিৎসা মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক প্ৰফেছাৰ প্ৰীতম মোহন আদি বিশিষ্ট ব্যক্তিসকল।

পোনপ্ৰথমে প্ৰতিষ্ঠানৰ অধ্যক্ষ প্ৰফেছাৰ পি.মালাইৰাজনে সকলোকে উদ্দেশ্যি আদৰণি সম্ভাষন আগবঢ়ায়। মূখ্য অতিথি তথা উদ্বোধক হিচাপে উপস্থিত থকা প্ৰফেছাৰ ৰমেশ চন্দ্ৰ ডেকাই প্ৰতিষ্ঠাখনে গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ কথা স্বীকাৰ কৰি সকলোৰে শলাগ লয়।

ইয়াৰ লগতে তেখেতে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ বিধক প্ৰতিৰোধৰ বাবে দৰৱৰ উন্নয়নৰ বাবে চলোৱা গবেষণাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানে আৰু অধিক উন্নতি লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

তদুপৰি অনুষ্ঠানত উপস্থিত থকা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰামৰ্শক প্ৰফেছাৰ কন্দৰ্প দাসে প্ৰতিষ্ঠানখনিৰ গৱেষণা মূলক কাৰ্যত ন উদ্যমেৰে শিক্ষক সমাজৰ সকলোকে গৱেষণাৰ ক্ষেত্ৰখনত কাম কৰি যাবলৈ তথা প্ৰতিষ্ঠানখনিৰ গৱেষণা সংস্কৃতিক এক নৱৰূপ দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে চলিত বছৰতেই গৱেষণাৰ ক্ষেত্ৰখনত ইতিহাস সৃষ্টি কৰি আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ ঐতিহাসিক স্বীকৃতি হিচাবে গৱেষণাৰ বাবে ১.১০ কোটি টকাৰ অনুদান লাভ কৰে। গৱেষণাৰ বাবে এই বৃহৎ ধনৰাশি লাভ কৰা এইখনেই হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম খন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd