• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“দুৰ্নীতিগ্ৰস্ত লোকে দেশ ধ্বংস কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই’’ : উচ্চতম ন্যায়ালয়

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
November 10, 2022 12:31 pm
135
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিয়ে কেনেকৈ দেশখন ধ্বংস কৰি আছে তাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে ন্যায়াধীশ কে এম জোচেফ আৰু হৃষিকেশ ৰায়ৰ এখন বিভাগীয় বিচাৰপীঠে ভীমা কোৰেগাঁও গোচৰৰ অভিযুক্ত গৌতম নৱলাখাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে দুৰ্নীতিগ্ৰস্ত লোকে দেশখন ধ্বংস কৰি আনিছে।

উল্লেখ্য যে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে ভীমা কাৰেগাঁও গোচৰৰ অভিযুক্ত গৌতম নৱলাখাৰক কাৰাগাৰৰ পৰিৱৰ্তে গৃহবন্দী কৰি ৰখাৰ তীব্ৰ বিৰোধিতা কৰাৰ পিছতে বিচাৰপীঠে এই মন্তব্য কৰে।
“এই দেশ কোনে ধ্বংস কৰি আছে? আপুনি বিচাৰিছে নেকি আমি আপোনাক কওঁ? দুৰ্নীতিগ্ৰস্ত লোকে কৰিছে। আপুনি যিকোনো এটা কাৰ্যালয় এটালৈ যাওক, তাত কি হয় চাওক।” অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুক উদ্দেশ্যি বিচাৰপীঠে এইদৰে কয়।

গৌতম নৱলাখৰৰ গোচৰটো পৰ্যবেক্ষণ কৰি উচ্চতম ন্যায়ালৰ বিচাৰপীঠখনে লগতে কয় যে অভিযুক্ত গৌতম নৱলাখৰ এজন ৭০ বছৰীয়া ব্যক্তি। তেওঁ আৰু কিমান দিন জীয়াই থাকিব সেয়া অনিশ্চিত। তেওঁ এক অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে। আমি তেওঁক জামিন প্ৰদান কৰা নাই। তেওঁৰ গোচৰটো আমি পৰ্যবেক্ষণ কৰিছো আৰু তেওঁলোকে দেশখন ধ্বংস কৰিব বিচৰাৰ দৰে কোনো কাম কৰা নাই। আমি নাভাবো যে তেওঁলোকে দেশখন ধ্বংস কৰিব।

ইয়াৰ পাছতে দুৰ্নীতিগ্ৰস্ত লোকে দেশখন ধ্বংস কৰা বুলি বিচাৰপীঠে মন্তব্য কৰি তেনে দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰে বুলিও অতিৰিক্ত ছলিচিটৰ জেনেৰেলগৰাকীক প্ৰশ্ন কৰে।

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd