• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়াধীশ নিযুক্তিত কেন্দ্ৰৰ বিলম্বত অসন্তুষ্ট উচ্চতম ন্যায়ালয়; আইন সচিবলৈ জাননী জাৰি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 12, 2022 9:18 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰই ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ পৰ্যায়ত নিযুক্তিৰ বাবে ন্যায়াধীশ বাছনি কৰাত পলম কৰিছে। উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক ইয়াৰ বাবে ভৰ্ৎসনা কৰিছে। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ দ্বাৰা যিসকলৰ নাম অনুমোদিত হৈছে তেওঁলোকৰ ক্ষেত্ৰতো অৱহেলা কৰিছে। যিটো একেবাৰে গ্ৰহণ কৰিব নোৱাৰি।

ন্যায়াধীশ এছ কে কৌল আৰু এ এছ ওকাৰ বিচাৰপীঠে কয় যে এনেদৰে নামসমূহ পেলাই ৰখাটো মানি ল’ব নোৱাৰি। প্ৰসংগক্ৰমে, বোম্বাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপংকৰ দত্তক শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। কিন্তু প্ৰায় পাঁচ সপ্তাহৰ পাছতো কেন্দ্ৰই তেওঁক নিযুক্তিৰ জাননী জাৰি কৰা নাই। কেৱল তেওঁৱেই নহয়, আন কেইবাজনো ন্যায়াধীশৰ নিযুক্তি একেধৰণে আৱদ্ধ হৈ আছে। সেইকাৰণে উচ্চতম ন্যায়ালয় কেন্দ্ৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে।

লগতে পঢ়ক: সংসদতে সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা! ৪০ জন ‘কামাতুৰ’ পুৰুষ সাংসদৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

Apply Now

শীৰ্ষ আদালতখনে মন্তব্য কৰে, “বিচাৰপীঠত দক্ষ আইনজীৱী নাথাকিলে আইন আৰু ন্যায় ব্যৱস্থাৰ শাসন ক্ষতি হয়।‘’

শুকুৰবাৰে শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ ন্যায় সচিব আৰু অতিৰিক্ত সচিবলৈ জাননী জাৰি কৰিছে। তেওঁলোকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিযুক্তিৰ ২০ এপ্ৰিলৰ সময়সীমা “ইচ্ছাকৃতভাৱে অমান্য” কৰাৰ অভিযোগ অনা হৈছে।

যোৱা বছৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে কৈছিল যে কলেজিয়ামৰ অনুমোদন পোৱাৰ তিনিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত ন্যায়াধীশসকলক নিযুক্তি দিব লাগিব। শীৰ্ষ আদালতখনে কৈছে যে সেই নিয়ম অনুসৰণ কৰা হোৱা নাই।

লগতে পঢ়ক:উভতিল ফৰ্ম: এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে লাভলীনাই

উল্লেখ্য যে কলেজিয়াম উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বাবে দায়বদ্ধ। কিন্তু তেওঁলোকৰ পৰামৰ্শ স্বত্বেও কেন্দ্ৰই আপত্তি কৰিব পাৰে। শীৰ্ষ ন্যায়ালয়ৰ বক্তৱ্য হ’ল যে কলেজিয়ামৰ পৰামৰ্শ স্বত্বেও কেন্দ্ৰৰ ফালৰ পৰা কিয় পলম কৰা হৈছে সেয়া স্পষ্ট নহয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd