• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তুৰ্কীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ চোৰাংচোৱা মুৰব্বীৰ গোপন বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2022 7:51 pm
উইলিয়াম বাৰ্ণছ আৰু ছেৰ্গেই নাৰিছকিন।

উইলিয়াম বাৰ্ণছ আৰু ছেৰ্গেই নাৰিছকিন।

137
VIEWS
Share on FacebookShare on Twitter

CIA Chief meets with Russian counterpart তুৰ্কীৰ ৰাজধানী আঙ্কাৰাত আমেৰিকা আৰু ৰাছিয়াৰ চোৰাংচোৱা মুৰব্বীৰ এক গোপন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তেওঁলোকে ইউক্ৰেইনত মস্কোৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি আৰু ৰাছিয়াৰ হাতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধবন্দীসকলৰ বিষয়ে আলোচনা কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (চিআইএ) সঞ্চালক উইলিয়াম বাৰ্ণছ আৰু ৰাছিয়াৰ বৈদেশিক চোৰাংচোৱা সেৱাৰ (এছভিআৰ) মুৰব্বী ছেৰ্গেই নাৰিছকিনে সোমবাৰে আঙ্কাৰাত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: মহাকাশলৈ এইবাৰ উৎক্ষেপন কৰা হ’ব প্ৰথম মেড-ইন-ইণ্ডিয়া ৰকেট বিক্ৰম এছ

ক্ৰেমলিনৰ মতে আলোচনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছিল। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত সৰ্বোচ্চ পৰ্যায়ৰ বিষয়াসকলৰ এইখন প্ৰথম বৈঠক আছিল।

ইপিনে, হোৱাইট হাউছে কৈছে যে উইলিয়াম বাৰ্ণছে ইউক্ৰেইনত যুদ্ধৰ সমাপ্তিৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰা নাই।

বাৰ্ণছে আগতে ২০০৫ চনৰ পৰা ২০০৮ চনলৈ ৰাছিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাছিয়ান ভাষা জানে।

লগতে পঢ়ক: জি-২০ সন্মিলনৰ মাজতে আলাপ মোডী-বিডেনৰ; চীনলৈ কি বাৰ্তা দিলে?

হোৱাইট হাউচে এক বিবৃতিত কৈছে যে বৈঠকত ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰিণাম আৰু বিপদাশংকাৰ বিষয়ে তেওঁৰ বাৰ্তাটো আছিল।

শেহতীয়াকৈ মস্কোৱে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি ইঙ্গিত পোৱা গৈছে। এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনত কৌশলগত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ সম্পৰ্কে মস্কোক বাৰে বাৰে সতৰ্ক কৰি দিছে।

লগতে পঢ়ক: টুইটাৰ, মেটাৰ পিছত এইবাৰ বৃহৎসংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব এমাজনে! কিমানে হেৰুৱাব চাকৰি?

ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমৰ ওপৰত ৰাছিয়া ধ্বংসৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে সতৰ্ক কৰি দিছিল যে তেওঁ নিজৰ অঞ্চলৰ সুৰক্ষাৰ বাবে হাতত থকা সকলো উপায় ব্যৱহাৰ কৰিব। তেওঁৰ ঘোষণাক পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ ভাবুকি হিচাপে দেখা গৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd