• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তুৰ্কীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ চোৰাংচোৱা মুৰব্বীৰ গোপন বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2022 7:51 pm
উইলিয়াম বাৰ্ণছ আৰু ছেৰ্গেই নাৰিছকিন।

উইলিয়াম বাৰ্ণছ আৰু ছেৰ্গেই নাৰিছকিন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CIA Chief meets with Russian counterpart তুৰ্কীৰ ৰাজধানী আঙ্কাৰাত আমেৰিকা আৰু ৰাছিয়াৰ চোৰাংচোৱা মুৰব্বীৰ এক গোপন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তেওঁলোকে ইউক্ৰেইনত মস্কোৰ পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি আৰু ৰাছিয়াৰ হাতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধবন্দীসকলৰ বিষয়ে আলোচনা কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (চিআইএ) সঞ্চালক উইলিয়াম বাৰ্ণছ আৰু ৰাছিয়াৰ বৈদেশিক চোৰাংচোৱা সেৱাৰ (এছভিআৰ) মুৰব্বী ছেৰ্গেই নাৰিছকিনে সোমবাৰে আঙ্কাৰাত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক: মহাকাশলৈ এইবাৰ উৎক্ষেপন কৰা হ’ব প্ৰথম মেড-ইন-ইণ্ডিয়া ৰকেট বিক্ৰম এছ

Apply Now

ক্ৰেমলিনৰ মতে আলোচনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগত অনুষ্ঠিত হৈছিল। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছত দুয়োখন দেশৰ মাজত সৰ্বোচ্চ পৰ্যায়ৰ বিষয়াসকলৰ এইখন প্ৰথম বৈঠক আছিল।

ইপিনে, হোৱাইট হাউছে কৈছে যে উইলিয়াম বাৰ্ণছে ইউক্ৰেইনত যুদ্ধৰ সমাপ্তিৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰা নাই।

বাৰ্ণছে আগতে ২০০৫ চনৰ পৰা ২০০৮ চনলৈ ৰাছিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰাছিয়ান ভাষা জানে।

লগতে পঢ়ক: জি-২০ সন্মিলনৰ মাজতে আলাপ মোডী-বিডেনৰ; চীনলৈ কি বাৰ্তা দিলে?

হোৱাইট হাউচে এক বিবৃতিত কৈছে যে বৈঠকত ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰিণাম আৰু বিপদাশংকাৰ বিষয়ে তেওঁৰ বাৰ্তাটো আছিল।

শেহতীয়াকৈ মস্কোৱে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি ইঙ্গিত পোৱা গৈছে। এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনত কৌশলগত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ সম্পৰ্কে মস্কোক বাৰে বাৰে সতৰ্ক কৰি দিছে।

লগতে পঢ়ক: টুইটাৰ, মেটাৰ পিছত এইবাৰ বৃহৎসংখ্যক কৰ্মচাৰীক ছাঁটাই কৰিব এমাজনে! কিমানে হেৰুৱাব চাকৰি?

ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমৰ ওপৰত ৰাছিয়া ধ্বংসৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে সতৰ্ক কৰি দিছিল যে তেওঁ নিজৰ অঞ্চলৰ সুৰক্ষাৰ বাবে হাতত থকা সকলো উপায় ব্যৱহাৰ কৰিব। তেওঁৰ ঘোষণাক পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ ভাবুকি হিচাপে দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd