• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুবাৰৰ বিফলতাৰ পিছত আজি পুনৰ চন্দ্ৰ অভিমুখে নাছাই প্ৰেৰণ কৰিব আৰ্টেমিছ- ১ যান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 16, 2022 10:35 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম আৰু দ্বিতীয় প্ৰচেষ্টা বিফল হোৱাৰ পিছত নাছাই আজি পুনৰ ফ্লৰিডাৰ পৰা চন্দ্ৰলৈ উৎক্ষেপণ কৰিব আৰ্টেমিছ- ১ যান।প্ৰায় ৫০ বছৰ আগৰ ডুখৰীয়া ছবিবোৰ আজি আকৌ বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিব। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰি চলাইছিল প্ৰথমটো চন্দ্ৰ অভিযান। নাছাৰ এপলো যুগৰ কথা মানুহে প্ৰায় পাহৰি যোৱাৰ দৰেই হৈছে। এনে সময়তে নাছাই আন এগৰাকী গ্ৰীক দেৱীৰ চন্দ্ৰ অভিযানৰ পৰৱৰ্তী অভিযান ২৯ আগষ্টত আৰম্ভ কৰাৰ কথা আছিল।

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন সেই দিনা ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল নাছাই। কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই নতুন মহাকাশযান উৎক্ষেপণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব।

Apply Now

চন্দ্ৰৰ দক্ষিণ মেৰু নিৰীক্ষণ কৰাৰ পিছত যান খনে অহা বছৰ পৃথিৱীলৈ ঘূৰি আহিব। মহাকাশ বিজ্ঞানীসকলৰ এই অভিযানকলৈ এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি হৈছে।

‘আৰ্টেমিছ ১’ যান খন তিনিটা প্ৰণালীৰ ওপৰত আধাৰিত – ‘অৰিয়ন মহাকাশযান’, ‘মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট’ আৰু ‘গ্ৰাউণ্ড চিষ্টেম’। এই অভিযানটো নাছাৰ গভীৰ মহাকাশ অন্বেষণ অভিযানৰ অংশ হিচাবে গ্ৰহণ কৰা হৈছে।

যদি এই অভিযান সফল হয় তেন্তে নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। ইয়াৰ বাবে মহাকাশচাৰী চন্দ্ৰলৈ যাবলগীয়া যানৰ আৰ্হিও তৈয়াৰ কৰা হৈছে। মহাকাশচাৰীসকলে বিশাল এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশযানৰ সহায়ত চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পৰা তেওঁলোকে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত স্পেচএক্সৰ হিউমেন লেণ্ডাৰ চিষ্টেম (এইচএলএছ)ৰ সহায়ত উপস্থিত হ’বলৈ সক্ষম হ’ব।

চন্দ্ৰৰ সেই স্থান সদায় বৰফেৰে আৱৰি থকা বুলি ধাৰণা কৰা হৈছে। চন্দ্ৰলৈ পুনৰ মানৱ অভিযানৰ প্ৰস্তুতি হিচাপে আজি নাছাই আৰ্টেমিছ ১ যান খন চন্দ্ৰলৈ প্ৰেৰণ কৰিব বিচাৰিছিল। নাছাৰ লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত নতুন প্ৰযুক্তিৰ পৰীক্ষামূলক ব্যৱহাৰ কৰা। এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশযানৰ প্ৰদৰ্শন চাই এই প্ৰযুক্তিটোৰ গ্ৰহণযোগ্যতাৰ বিষয়টো নিশ্চিত কৰা হ’ব। আৰ্টেমিছ ১ যান খনে পূৰ্বে চন্দ্ৰলৈ প্ৰেৰিত যিকোনো যানতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাৰ কথা।

৪২ দিনত যান খনে ৬০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিব বুলি নাছাই প্ৰকাশ কৰিছিল। যান খনৰ যান্ত্ৰিক বিজুতি দূৰ কৰাৰ পিছতে যান খন চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছিল। সেই মতে আজি পুনৰ উৎক্ষেপণ কৰিব আৰ্টেমিছ ১ যান। হয়তো আজিৰ এই অভিযান সফল হৈ উঠিব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

November 11, 2026 6:30 pm
কেৱল ভোটাৰ পৰিচয়-পত্ৰ বা পেন কাৰ্ডেৰে প্ৰমাণ নহয় ভাৰতীয় নাগৰিকত্ব! কি কি নথি লাগিব, স্পষ্ট ‎কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

কেৱল ভোটাৰ পৰিচয়-পত্ৰ বা পেন কাৰ্ডেৰে প্ৰমাণ নহয় ভাৰতীয় নাগৰিকত্ব! কি কি নথি লাগিব, স্পষ্ট ‎কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

November 11, 2026 5:22 pm
‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

November 11, 2026 3:49 pm
ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

ককাৰ সম্পত্তিত সঁচাকৈয়ে নাতিৰ কোনো অধিকাৰ নাথাকে নেকি? পৈতৃক সম্পত্তিক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়!

November 11, 2026 2:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

November 11, 2026 6:30 pm
কেৱল ভোটাৰ পৰিচয়-পত্ৰ বা পেন কাৰ্ডেৰে প্ৰমাণ নহয় ভাৰতীয় নাগৰিকত্ব! কি কি নথি লাগিব, স্পষ্ট ‎কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

কেৱল ভোটাৰ পৰিচয়-পত্ৰ বা পেন কাৰ্ডেৰে প্ৰমাণ নহয় ভাৰতীয় নাগৰিকত্ব! কি কি নথি লাগিব, স্পষ্ট ‎কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

November 11, 2026 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd