• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কলেজলৈ যোৱাৰ পথতে প্ৰবক্তা পত্নীক ডিঙি কাটি হত্যাৰ চেষ্টা পতিৰ: সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2022 6:48 am
Man tries to slit throat of wife
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰত সংঘটিত এক নৃশংস ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাখনৰ এখন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কৰ্মৰত এগৰাকী মহিলাক মহাবিদ্যালয়লৈ যোৱাৰ পথতে বৰ্বৰভাৱে ডিঙি কাটি হত্যাৰ চেষ্টা চলায় তেওঁৰ পতিয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা অনুসৰি আক্ৰমণৰ সন্মুখীন হোৱা সুমংগলী নামৰ মহিলাগৰাকী অনন্তপুৰৰ এখন কলা মহাবিদ্যালয়ৰ প্ৰবক্তা। বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত নিজৰ কৰ্মস্থলীলৈ যোৱাৰ সময়তে তেওঁৰ স্বামীয়ে সুমংগলীক আক্ৰমণ কৰে।

Apply Now

সুমংগলীৰ স্বামীয়ে এখন চোকা ছুৰীৰে তেওঁৰ ডিঙি কাটি হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এই আক্ৰমণত গুৰুতৰভাৱে আহত হ’লেও সুমংগলীৰ প্ৰাণ ৰক্ষা পৰে।

ইফালে আক্ৰমণৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে মহাবিদ্যালয় চৌহদৰ বাহিৰত কিছুসময় ধৰি হুলস্থূলৰ সৃষ্টি কৰিছিল যদিও ঘটনাস্থলীত ক্ৰমে সমাগম বৃদ্ধি পাবলৈ ধৰা দেখি সেই স্থানৰ পৰা পলায়ন কৰে।

আনহাতে অতৰ্কিত আক্ৰমণত মাটিত পৰি যোৱা সুমংগলীক লগে লগে কাষৰে এক চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ সংকটমুক্ত যদিও আঘাত যথেষ্ট গুৰুতৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

অনন্তপুৰৰ এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে যোৱা ১৮ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত দীৰ্ঘদিন ধৰি সুমংগলী পতিৰ সৈতে একেলগে আছিল যদিও যোৱা কেইমাহমান পূৰ্বে বিবাহ বিচ্ছেদৰ বাবে আবেদন পৃথকে বাস কৰি আআছে

বিষয়া গৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰা মতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰাৰ পিছৰে পৰা সুমংগলীৰ স্বামী অপমানিত বোধ কৰিছিল আৰু ইয়াৰ পৰিণতিত প্ৰতিশোধ পৰায়ন হৈ পৰিছিল।

এই প্ৰতিশোধ পূৰণৰ বাবে তেওঁ সুমংগলীৰ ডিঙি কাটি হত্যা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সৌভাগ্যক্ৰমে সুমংগলী মৃত্যুৰ পৰা ৰক্ষা পৰিছে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে পলাতক ব্যক্তিগৰাকীক আটক কৰাৰ বাবে অনুসন্ধান চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd