• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্ত্ৰাসবাদৰ বাবে দুটা দশকত বিশ্বৰ অৰ্থনীতিয়ে হেৰুৱাইছে ৯০০ বিলিয়ন মাৰ্কিন ডলাৰঃপ্ৰতিবেদন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2022 7:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্ত্ৰাসবাদে হেঁচা মাৰি ধৰিছে বিশ্বক। মধ্য প্ৰাচ্যৰ পৰা আৰম্ভ কৰি ইউৰোপীয় দেশ তথা দক্ষিণ এছীয় দেশসমূহত সন্ত্ৰাসবাদ এক নতুন বিপদ হৈ থিয় দিছে। সন্ত্ৰাসবাদৰ বাবেই বিশ্বই বিগত দুটা দশকত ৯০০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক ধন হেৰুৱাইছে। নতুন দিল্লীত ৭০ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হৈ থকা সন্ত্ৰাসবা সম্পৰ্কীয় সন্মিলনত সেয়ে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ বিষয়টোকলৈ বিশদভাবে আলোচনা কৰা হৈছে। সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ নাম উল্লেখ নকৰাকৈ কৈছিল যে দেশ খনে সন্ত্ৰাসবাদক তেওঁলোকৰ বৈদেশিক নীতিৰ অংশ হিচাপে গ্ৰহণ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল পাকিস্তান আৰু আফগানিস্তানক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। বিশ্ব মঞ্চত ইছলামাবাদ সমৰ্থিত সন্ত্ৰাসবাদী সংস্থাসমূহৰ পক্ষ লোৱা চীনে সন্মিলনত ভাগ লোৱাৰ পৰা বিৰত আছে। সন্মিলনত মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত এটা ডাঙৰ প্ৰত্যাহ্বান হ’ল বিত্তৰ উৎস চিনাক্ত কৰা আৰু সেয়া ব্যাহত কৰা। ধন , ড্ৰাগছ সৰবৰাহ, মৌলবাদী ধৰ্মীয় গোটৰ পৰা দান আৰু মুক্তিপণৰ বাবে অপহৰণৰ কৰি সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনেৰে সন্ত্ৰাসবাদ অব্যাহত আছে বুলি তেওঁ কয়। এক পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে সন্ত্ৰাসবাদীৰ হাতলৈ যোৱা ধনৰ পৰিমাণ হৈছে বিশ্বব্যাপী জিডিপিৰ ২-৫ শতাংশ ।আনহাতে, বিশ্বব্যাপী সন্ত্ৰাসবাদীয়ে ড্ৰাগছ সৰবৰাহ কৰি গোটাইছে প্ৰায় ৩২ বিলিয়ন আমেৰিকান ডলাৰ। বিগত বছৰবোৰত সন্ত্ৰাসবাদৰ বাবে বিশ্ব অৰ্থনীতিয়ে যথেষ্ট মূল্য ভৰিবলগীয়া হৈছে।

Apply Now

২০১৯ বৰ্ষৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে বিশ্বই ৯০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। আটাইতকৈ ডাঙৰ লোকচান আছিল ২০১৪ চনত । সেই সময়ত আইছিছ সক্ৰিয় হৈ আছিল।ইৰাক আৰু চিৰিয়াৰ অঞ্চলবোৰ আইছিছে দখল কৰিছিল। বিশ্বৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে সন্ত্ৰাসবাদী গোটবোৰ অধিক সমৃদ্ধ হৈ পৰিল। ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি ২০১৬ চনতআইছিছৰ বাৰ্ষিক টাৰ্ণঅ’ভাৰ আছিল ২ বিলিয়ন মাৰ্কিন ডলাৰ, আনহাতে হামাছে প্ৰতি বছৰে ১ বিলিয়ন মাৰ্কিন ডলাৰ উপাৰ্জন কৰিছিল। আন কিছুমান সন্ত্ৰাসবাদী গোটে ২০১৬ ৰ পৰা ২০১৮ ৰ ভিতৰত তেওঁলোকৰ উপাৰ্জন দুগুণ কৰিছিল। উদাহৰণ স্বৰূপে, হিজবুল্লাৰ বাৰ্ষিক টাৰ্ণঅ’ভাৰ ৫০০ মিলিয়ন ডলাৰৰ পৰা ১.১ বিলিয়ন ডলাৰলৈ, তালিবানৰ ৪০০ মিলিয়ন ডলাৰৰ পৰা ৮০০ মিলিয়ন ডলাৰলৈ আৰু আল কায়েদাৰ মাত্ৰ দুবছৰত ১৫০ মিলিয়ন ডলাৰৰ পৰা ৩০০ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।আফ্ৰিকা ইছলামিক সন্ত্ৰাসবাদৰ আন এক কেন্দ্ৰ হৈ পৰিছে।

বকো হাৰাম, আল চাবাব আৰু আইছিছৰ বিভিন্ন শাখাই বৃহৎ অঞ্চল দখল কৰিছে, যাৰ ফলত চৰকাৰী বাহিনী আৰু অসামৰিক লোক ব্যাপক হাৰত হতাহত হৈছে। এই সকলোবোৰ গোটে অপহৰণ, ড্ৰাগছ সৰবৰাহ আৰু অনুদানৰ পৰা ধন উপাৰ্জন কৰিছে। ২০২০ আৰু ২০২১ চনত আফগানিস্তানত সন্ত্ৰাসবাদৰ ফলত ২,৬৭৮ জন লোকৰ মৃত্যু ঘটিছে।তাৰ পিছতে আছিল বুৰ্কিনা ফাছো (১,৩৯০), চোমালিয়া (১,২৬৫), মালি (১,২৪০) আৰু নাইজাৰ (৮৪৫)। এই দেশবোৰে বিশ্ব সন্ত্ৰাসবাদ সূচকতো উচ্চ স্থান লাভ কৰিছে। আফগানিস্তানে ৯.১১ নম্বৰৰ সৈতে তালিকাৰ শীৰ্ষত আছে, তাৰ পিছত আছে ইৰাক (৮.৫১) আৰু চোমালিয়া (৮.৪)।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd