• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকল্প ৰূপায়ণত হোৱা বিলম্বৰ বাবেই চৰকাৰে ভৰিবলগীয়া হৈছে অতিৰিক্ত ৪.৫৮ লাখ কোটি টকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 20, 2022 7:52 pm
money-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ দেশত চৰকাৰী প্ৰকল্পৰ ৰূপায়ণত শামুকীয়া গতি হোৱা বাবেই অধিক অৰ্থনৈতিক বোজা মূৰ পাতি ল’বলগীয়া হৈছে জনতাই। চৰকাৰী প্ৰকল্পৰ ৰূপায়ণত পলম হোৱা বাবে প্ৰকল্পৰ ব্যয় বৃদ্ধি পাই গৈ আছে। দেশৰ ১৫০ কোটি টকা বা ততোধিক ব্যয়ৰ ৩৮০ টা আন্তঃগাঁথনি প্ৰকল্পৰ ব্যয় আনুমানিক ব্যয়তকৈ ৪.৫৮ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে।

শেহতীয়া এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে বিলম্ব আৰু অন্যান্য কাৰণত এই প্ৰকল্পসমূহৰ ব্যয় বৃদ্ধি পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে ১৫০ কোটি টকা বা ততোধিক ব্যয়ৰ আন্তঃগাঁথনি প্ৰকল্প নিৰীক্ষণ কৰে। মন্ত্ৰালয়ৰ অক্টোবৰ, ২০২২ ৰ প্ৰতিবেদনত কোৱা হৈছে যে এনে ১,৫২১ টা প্ৰকল্পৰ ভিতৰত ৩৮০ টা প্ৰকল্পৰ ব্যয় বৃদ্ধি পাইছে, আনহাতে ৬৪২ টা প্ৰকল্পৰ ৰূপায়ণত পলম হৈছে। প্ৰতিবেদন অনুসৰি, ” এই ১,৫২১ টা প্ৰকল্পৰ ৰূপায়ণৰ মূল ব্যয় আছিল ২১,১৮,৫৯৭.২৬ কোটি টকা, কিন্তু এতিয়া ই ২৫,৭৬,৭৯৭.৬২ কোটি টকালৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে।” প্ৰতিবেদনৰ তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে এই প্ৰকল্পসমূহৰ ব্যয় ২১.৬৩ শতাংশ অৰ্থাৎ ৪,৫৮,২০০.৩৬ কোটি টকা বৃদ্ধি পাইছে।

Apply Now

প্ৰতিবেদন অনুসৰি, অক্টোবৰ, 2022 লৈকে এই প্ৰকল্পবোৰত ১৩,৯০,০৬৫.৭৫ কোটি টকা ব্যয় কৰা হৈছে, যি হৈছে মুঠ আনুমানিক ব্যয়ৰ ৫৩.৯৫ শতাংশ। অৱশ্যে মন্ত্ৰালয়ে লগতে এই কথাও কৈছে যে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ শেহতীয়া সময়সীমা পুনৰ বিবেচনা কৰা হ’লে বিলম্বিত প্ৰকল্পৰ সংখ্যা ৫১৩ লৈ হ্ৰাস পাব। অৱশ্যে এই প্ৰতিবেদনত ৬২০ টা প্ৰকল্প আৰম্ভ কৰাৰ সময়ৰ কথা উল্লেখ কৰা হোৱা নাই।

প্ৰতিবেদন আনুসৰি ৬৪২ টা বিলম্বিত প্ৰকল্পৰ ভিতৰত ১৩৬ টা প্ৰকল্প এক মাহৰ পৰা ১২ মাহলৈ, ১২০টা প্ৰকল্প ১৩ ৰ পৰা ২৪ মাহলৈ, ২৬০ টা প্ৰকল্প ২৫ৰ পৰা ৬০ মাহ লৈ আৰু ১২৬ টা প্ৰকল্প ৬১মাহ বা অধিক সময়ৰ বাবে বিলম্বিত হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd