• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 25, 2022 9:54 am
128
VIEWS
Share on FacebookShare on Twitter

Amit Shah says to rewrite history afresh মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে দিল্লীত অসম চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে যে দেশৰ বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখিব লাগে। ইয়াত আমাক কোনেও বাধা দিব নোৱাৰে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়, ”কোনেও আমাক বিকৃত ইতিহাস নতুনকৈ লিখত বাধা দিব নোৱাৰে। বুৰঞ্জীবিদ আৰু শিক্ষাৰ্থীসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত ১৫০ বছৰতকৈও অধিক কাল শাসন কৰা ৩০ সাম্ৰাজ্যৰ লগতে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰা ৩০০ তকৈও অধিক ব্যক্তিত্বৰ ওপৰত গৱেষণা কৰি প্ৰকৃত ইতিহাস লিখিব লাগে।‘’

লগতে পঢ়ক: ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ: পূৰ্বেও কেইবাগৰাকীক ভাবুকি দিয়াৰ অভিযোগ

লাচিত বৰফুকন অবিহনে উত্তৰ পূৱ কেতিয়াও ভাৰতৰ অংশ নহ’লহেতেন বুলি উ ল্লেখ কৰি তেওঁ কয় যে লাচিত বৰফুকনে  সমগ্ৰ দক্ষিণ এছিয়াক আক্ৰমণকাৰীৰ পৰা ৰক্ষা কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বহুতে অভিযোগ দিয়ে যে ইতিহাস বিকৃত ৰূপত উপস্থাপন কৰা হৈছে। যদি এনে হৈছে তাক শুদ্ধ কৰাত কোনো বাধা দিছে? প্ৰকৃত ইতিহাস লিখাৰ বাবে আমাক কোনোৱে বাধা দিব নোৱাৰে।

অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লাচিত বৰফুকনৰ বিষয়ে হিন্দীৰ লগতে আন ১০ টা ভাষালৈ অনুবাদ কৰিবলৈ আহ্বান জনায়। তেতিয়াহ’লে এই মহান বীৰ গৰাকীৰ ত্যাগ তথা সাহস সকলেও জানিব পাৰিব।

তেওঁ কয়, ‘’লাচিত বৰফুকন কেৱল এগৰাকী সেনাপতিয়ে নহয়, তেওঁ দেশপ্ৰেমৰ উজ্জ্বল প্রতীক, যাৰ বীৰত্ব, সাহস আৰু ত্যাগৰ গাঁথা কেৱল অসমতে সীমাৱদ্ধ হৈনাথাকি সমগ্ৰ দেশতে বিয়পি পৰিব লাগে।‘’

লগতে পঢ়ক: ছাৰ্বিয়াৰ বিৰুদ্ধে ৰিচাৰ্লিছনৰ দুটা গ’লেৰে ব্ৰাজিলৰ সপোনৰ আৰম্ভণি; ছাম্বাৰ ছন্দত নাচি উঠিল লুচাইল ষ্টেডিয়াম

তেওঁ লগতে সংখ্যাগত আৰু সামৰিকভাৱে শক্তিশালী মোগল শক্তিৰ বিৰুদ্ধে কূটনীতি আৰু যুদ্ধ কৌশল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত লাচিত বৰফুকনে প্ৰদৰ্শন কৰা দক্ষতাৰ অধিক অধ্যয়ন আৰু আলোচনা হোৱা উচিত বুলি কেন্দ্ৰীয়গৰাকীয়ে সভাত উল্লেখ কৰে।

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd